Tag: india

Browse our exclusive articles!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অমিক্ৰণৰ আশংকা!

সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোনাৰ অমিক্ৰনৰ আতংক!আকৌ এনেবোৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্রৰ দেহত অমিক্ৰনৰ সন্দেহ ঘনীভূত হোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।আকৌ বহুতৰে আশংকা ডিব্ৰুগড়...

পশ্চিম নলবাৰীত “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ কৰ্মশালা

নলবাৰী জিলাৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ উদ্যোগত কালি  দিনজোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০” সন্দৰ্ভত এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷  ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়...

সৰিয়হ ফুলা বতৰত বৰনৈ বাকৰিত উন্মোচিত হল “মাজুলীৰ কনেং-২”

মহুৰামুখৰ উত্তৰ অংশৰ বানে বিধস্ত কৰা বংকোৱাল অঞ্চলৰ বহু কেইবাগৰাকী শিল্পীৰ প্ৰচেষ্টাত ময়ূৰ প্ৰডাকচনে ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে ৷...

ভাইজানে কেটে জনোৱা জন্মদিনৰ শুভেচ্ছাৰ সঁহাৰি জনালে নে?

তিনি দশকৰো অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁ আধিপত্য বিস্তাৰ কৰি আছে৷ ১২৫ খনতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ৷ তেওঁ হ’ল বলীউডৰ ছল্লু ভাই...

নিটি আয়োগৰ স্বাস্থ্যখণ্ডৰ সূচাংকত দ্রুত অগ্রগতি অসমৰ

স্বাস্থ্যখণ্ডত অতি দ্রুতগতিত আগবাঢ়িছে অসম ৷ ২০১৮–১৯ আৰু ২০১৯–২০ বিত্তীয় বর্ষৰ তুলনামূলক বিশ্লেষণত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই ইতিবাচক দিশ বিচাৰি পাইছে নিটি আয়োগে ৷ নিটি...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img