Tag: india

Browse our exclusive articles!

১৫-১৮ বছৰীয়াৰ কোভিড টিকাকৰণৰ ৰেজিষ্ট্ৰেচন কেতিয়া?

প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পিছত সোমবাৰে পুৱা কেন্দ্ৰীয় চৰকাৰে কো-উইন এপত টিকাকৰণৰ বাবে ১৫ৰ পৰা ১৮ বছৰীয়া লৰা-ছোৱালীৰ কোভিড টিকাকৰণৰ পঞ্জীয়ন কেনেদৰে কৰিব লাগে সেই...

১১ লাখ টকা খৰচ পোহনীয়া কুকুৰৰ জন্মদিনত

নিজৰ সন্তানতকৈও বহু লোকে পোহনীয়া জীৱ–জন্তুক বেছি মৰম কৰা দেখা যায়৷ শেহতীয়াকৈ চীনৰ হুনান প্রদেশত পোহনীয়া কুকুৰৰ জন্মদিন পালন কৰিছে এগৰাকী মহিলাই৷ শুনিলে চকু...

ব্রিটেইনত সংক্রমণৰ সংহাৰঃ ১০৮ খন দেশলৈ বিয়পিল অমিক্রন

ব্রিটেইনৰ পিছত ইউৰোপীয় দেশ ফ্রান্সত শেহতীয়াকৈ দৈনিক ক’ৰোনা সংক্রমিত লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ ২৩ ডিচেম্বৰত দেশখনত দৈনিক সংক্রমণ আছিল ৯১,৬০৮৷ ২৬ ডিচেম্বৰত...

বয়লাৰ বিস্ফোৰণত বিহাৰৰ কাৰখানাত নিহত ৬

বিহাৰৰ মুজাফফৰপুৰ জিলাত এক নুডল প্রস্তুত কাৰখানাত সংঘটিত বয়লাৰ বিস্ফোৰণত কমপক্ষেও ছজন শ্রমিক নিহত হোৱাৰ উপৰি আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ এই বিস্ফোৰণটো সংঘটিত...

২২ বছৰৰ পিছত অষ্ট্রেলিয়াত দেখা গ’ল দুষ্প্রাপ্য হেণ্ডফিছ

অষ্ট্রেলিয়াৰ টাছমানিয়াৰ উপকূলত সুদীর্ঘ ২২ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে খোজকাঢ়ি ফুৰিব পৰা এক দুষ্প্রাপ্য মাছ৷ ‘হেণ্ডফিছ’ হিচাপে পৰিচিত এই মাছবিধ হ’ল সোঁফালে দুখন...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img