Tag: india

Browse our exclusive articles!

এজন মানুহৰ ব্যক্তিগত অংশত আছে ২৭৮ বিন্ধা

গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ধাৰক ৰল্ফ বুকোলজৰ গোটেই শৰীৰটো বিন্ধাৰে ভৰি আছে। কেৱল ব্যক্তিগত অংশত ২৭৮ টা ছিদ্ৰ আছে। মানুহে ভাবিছিল যে তেওঁলোকৰ যৌন জীৱন...

মালয়েছিয়াত বানপানীৰ কবলত ২১,০০০ ৰো অধিক লোক

মালয়েছিয়াত মুষলধাৰ বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত ২১,০০০ ৰো অধিক লোক ঘৰৰ পৰা স্থানান্তৰিত হৈছে বুলি ৰাজ্যিক সংবাদ সংস্থা বেৰ্ণামাই দেওবাৰে কয়। পেৰাক বানপানীৰ...

বৰ্ষাপাৰাত ভাৰত-আফগানিস্তানৰ খেল! অসম ক্ৰিকেট সন্থাৰ সংবাদমেল

দেওবাৰে অসম ক্ৰিকেট সন্থাই এক সংবাদমেল সম্বোধন কৰে। অসম ক্ৰিকেট সন্থাৰ সাধাৰন সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত সম্বোধন কৰে এই সংবাদমেল। এচিএৰ সাধাৰণ সভাত কেইবাটাও...

ধূলিস্যাৎ বচ্চন পৰিয়ালৰ গৰিমা!

ধূলিস্যাৎ হোৱাৰ দিশে বচ্চন পৰিয়ালৰ গৰিমা ! পানামা পেপাৰ্ছৰ বিতৰ্কই পুনৰ মূৰ দাঙি উঠি কালিমা সানিলে বচ্চন পৰিয়ালৰ গৰ্ব আৰু গৰিমাত। বহুচৰ্চিত এই পানামা...

এইবাৰ অসমৰ তেলেৰে বাংলাদেশক জীপাল কৰিব কেন্দ্ৰীয় চৰকাৰে

অসমৰ সমস্যাৰ প্ৰতি সততে পিঠি দি অহা কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদৰ ওপৰত কিন্তু ঠিকেই দৃষ্টি ৰাখিছে। অবাধ গতিৰে অসমৰ সম্পদ আহৰণেৰে কেন্দ্ৰই বাৰম্বাৰ নিজৰ স্বৰূপ...

Popular

Guwahati News: অন্ধকাৰ কোঠাত মাতৃৰ কংকালৰ সৈতে ৩ মাহ কি কৰিছিল পুত্ৰই?

কংকালৰ কাষত শিৱৰ ফটো ৰাখি মাতৃ জী উঠিব বুলি প্ৰতিদিনে ৰুটি দিছিল। মাতৃৰ কংকালৰ সৈতে কথাও পাতিছিল জয়দ্বীপে(Guwahati skeleton incident) ।

Behali Congress । বিহালীত কংগ্ৰেছ দলত সংঘাত :: জয়ন্ত বৰাক কংগ্ৰেছ দলীয় টিকট নিদিবলৈ আহ্বান তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ…

প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে বিহালীত, কোনোৱে বিচাৰে জয়ন্ত বৰাক আন কোনোৱে বিচাৰে চি পি আই এম এলৰ প্ৰাৰ্থীক । বিহালী সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্ৰত বিপাঙত পৰিছে কংগ্ৰেছ দল। (Behali Congress)

Bhaona Performance: কলাক্ষেŽত্ৰত ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন

দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হয় কুৰ্ম অৱতাৰ(Kurma Avatar) শীৰ্ষক এখন ভাওনা(Bhaona Performance)।সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কৰ্মী প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবৰ্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’-এ(Spandan… Shabdar Para Hridaylai) এইভাগ ভাওনা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে

Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন

গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত ১৯-২০ অক্টোবৰত গুৱাহাটী-২১ৰ আৰজি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ ৯ বছৰ আৰু অনুৰ্দ্ধ বছৰ ১৩ বছৰ শাখাৰ গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপৰ(Guwahati City Chess Championship 2024) সামৰণি পৰে শ্ৰেণী। ১৩ বছৰ অনুৰ্দ্ধ ল’ৰা শাখাত ভৌমিক কিশোৰ দাস, ১৩ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাত আমেয়া গুপ্তা, ৯ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰস্বত ডেকা আৰু ৯ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত চাৰ্ভি বৰ্মন চেম্পিয়ন হয়।

Subscribe

spot_imgspot_img