Tag: india

Browse our exclusive articles!

মাৰাডোনাৰ ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ অসমৰ ৱাজিদ হুছেইন

অসমৰ পৰা গ্ৰেপ্তাৰ হ'ল ইন্টাৰনেছনেল চোৰ। কিংবদন্তি ফুটবলাৰ প্ৰয়াত ডিয়াগ’ মাৰাডােনাৰ ব্যয়বহুল ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ ৱাজিদ হুছেইন। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে...

ভেকচিন দুপৰীয়া ল’লেহে অধিক কাম দিব !

কৰ’না প্ৰতিষেধক প্ৰদানক লৈ এতিয়া ব্যস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসন ৷ নতুন ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পূৰ্বেই সকলো লোকেই প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে প্ৰত্যেক...

জনসংখ্যা বৃদ্ধিৰ সমস্যা নোহোৱা হ’ব পৃথিৱীৰ পৰা

বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ বাবে জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্য৷ কেৱল উন্নয়নশীল দেশতে নহয় উন্নত দেশবিলাকতো জনসংখ্যা বৃদ্ধিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ নিৱনুৱা সংখ্যা বৃদ্ধি,...

বিবাহপাশত আবদ্ধ হ’ল বিহাৰৰ ম’ষ্ট এলিজিবল বেচ্চলৰ তেজস্বী যাদৱ

জনপ্ৰিয় যুৱ নেতা তেজস্বী যাদৱৰ শুভ পৰিণয়। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে আৰম্ভ কৰিলে নিজৰ দ্বিতীয় ইনিংছ। শৈশৱৰ লগৰী...

বিকীয়ে কেটক দিয়া আঙঠিৰ দাম কিমান ?

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি-কেটে মেলিলে যুগ্মজীৱনৰ পাটনি। ন-কইনা কেটৰিনাই খোজ থ’ব...

Popular

17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

ৰাজ্যপালগৰাকীয়ে কয়– পূৰ্বে পঢ়িলে শুনিলে হৈছিল মহাৰাজ, এতিয়া খেলিলেও হয় মহাৰজা৷(17th Inter District Wrestling Championship 2024)

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ'ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ

জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আৰু কেতবোৰ নতুন সেৱাৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sharma) দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ৰ(Mission Basundhara 3.0) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

Drama Kathfula: আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’

চৈয়দ আব্দুল মালিকৰ গল্পৰ(Drama Kathfula) মজা আৰু মোহ পূৰামাত্ৰাই ৰক্ষা কৰি পৰিচালক কুশল ডেকা আগবাঢ়িছে। মঞ্চত দেখা নাটকখন গল্পটোত সোমাই আছিল। গল্পত কোৱা কাহিনীটোৱে নাটকখনৰ পৰিৱেশ সহিতে সেই মজা আৰু মোহ সংস্থাপন কৰিছে। মূল গল্পত মালিকে(Storyteller Syed Abdul Malik) লিখিছিল, “সমুখৰ পৰা অহা ছায়াটো প্রায় মমতাজৰ সমুখেই পালেহি। সিও যেন কিবা এটা ভাবি আহিছিল। হঠাৎ মমতাজৰ ওচৰ পাই, হতভম্ব হোৱাৰ দৰে সেই আন্ধাৰৰ ছায়া মূৰ্তিটো আলিটোৰ একাষলৈ গ’ল।

Subscribe

spot_imgspot_img