Tag: india

Browse our exclusive articles!

বিকি-কেটৰ বিয়াত নাবাজে ৰণবীৰ অভিনীত ছবিৰ গীত

কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে বলিউদ। শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত বিয়াখনৰ সংগীতানুষ্ঠান। পিছে এই অনুষ্ঠানত এক...

আইচিচি টেষ্ট ৰেংকিঙত পুনৰ ভাৰত এক নম্বৰ স্থানত

সোমবাৰে মুম্বাইত কিৱিৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক ৩৭২ ৰাণৰ বিজয়ৰ পিছত আইচিচিয়ে শেহতীয়া পৰীক্ষাৰ ৰেংকিং ঘোষণা কৰিছে।ভাৰতে পুনৰ ৩,৪৬৫ পইণ্ট আৰু ১২৪ ৰেটিং পইণ্টৰ সৈতে...

দিল্লীত অমিক্ৰণ ভেৰিয়েণ্টৰ প্ৰথমজন ৰোগী, ভাৰতত পঞ্চম

দেওবাৰে, দিল্লীৰ স্বাস্থ্য মন্ত্ৰী নিশ্চিতেন্দ্ৰ জৈনে দিল্লীত কৰোনা ভাইৰাছৰ অমিক্ৰণ প্ৰকাৰৰ প্ৰথমটো ঘটনা নিশ্চিত কৰে।যাৰ ফলত ভাৰতত নিশ্চিত হোৱা অমিক্ৰণ ৰোগীৰ মুঠ সংখ্যা পাঁচ...

নাগালেণ্ডত নিৰাপত্তাবাহিনীৰ দ্বাৰা ১৩ জন সাধাৰণ লোক নিহত হোৱাৰ অভিযোগ

শনিবাৰে নিশা নাগালেণ্ডৰ মন জিলাৰ ওটিং অঞ্চলত নিৰাপত্তাৰক্ষীয়ে প্ৰায় ১৩ জন সাধাৰণ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, নিৰাপত্তাৰক্ষীয়ে এখন পিক-আপ বাহনত...

‘কৌন বনেগা ক্রোড়পতি’ত জিলিকিল অসমৰ কিশোৰী

জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব' 'কৌন বনেগা ক্রোড়পতি'ত জিলিকিল অসমৰ কিশোৰী ৰাজনন্দিনী কলিতা।কৌন বনেগা ক্রোড়পতি'ৰ ১৩ সংখ্যক চিজনত অংশগ্ৰহণ কৰি গুৱাহাটীৰ কিশোৰী ৰাজনন্দিনী কলিতাই ৫০...

Popular

Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে(Delhi Bomb Blast)। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়।

Subscribe

spot_imgspot_img