Tag: india

Browse our exclusive articles!

প্ৰদূষণৰ বাবে দিল্লীৰ বিদ্যালয়সমূহ আকৌ বন্ধ

মহানগৰখনত বৰ্তমান বায়ু প্ৰদূষণৰ স্তৰৰ বাবে দিল্লীৰ সকলো বিদ্যালয় শুক্ৰবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে বন্ধ থাকিব বুলি পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বৃহস্পতিবাৰে...

নতুন দিল্লীত সৰ্বদলীয় বৈঠক, ৰহস্যজনক ভাবে অনুপস্থিত প্ৰধানমন্ত্ৰী মোদী

২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন।শীতকালীন অধিৱেশনৰ আগে আগে নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত...

এপিএছছিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

এতিয়াৰে পৰা অসমীয়া ভাষাতেই লিখিব পাৰিব এ.পি.এছ.ছি পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ।শনিবাৰে এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে...

মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ পিছতে গ্ৰেপ্তাৰ প্ৰদীপ দত্ত ৰয়ক

শনিবাৰে এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া বিৰোধী মন্তব্য কৰা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক শেষ সকীয়নি দিছিল।মুখ্যমন্ত্ৰীগৰাকীয়ে বঙালী নেতাজনক কঠোৰভাৱে...

অভিনেত্ৰী অৰ্চনা গৌতমৰ কংগ্ৰেছত যোগদান

তামিল চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত অভিনেত্ৰী অৰ্চনা গৌতমে আদ কংগ্ৰেছত যোগদান কৰে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অভিনেত্ৰী অৰ্চনা গৌতমক কংগ্ৰেছৰ সদস্যপদ প্ৰদান কৰে। অৰ্চনা গৌতমে...

Popular

Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে(Delhi Bomb Blast)। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়।

Subscribe

spot_imgspot_img