Tag: india

Browse our exclusive articles!

কৰোনাৰ নতুন ভেৰিয়েন্টকলৈ বৰ্ধিত উদ্বেগৰ মাজত প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

কৰোনাৰ নতুন ভেৰিয়েন্ট অমাইক্ৰনৰ আবিৰ্ভাৱৰ পিছত পৃথিৱীৰ বহুতো দেশ সতৰ্ক হৈ পৰিছে। ইফালে, অ'মাইক্ৰনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ...

কেন্দ্ৰই দাবী পূৰণ নকৰালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব

কৃষক সংগঠনৰ অল ইণ্ডিয়া কিষাণ সভাৰ সভাপতি অশোক ধাৱালে শুকুৰবাৰে (২৬ নৱেম্বৰ) কয় যে কেন্দ্ৰই দাবী পূৰণ নকৰালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব। ধাৱালে এএনআইক...

আজি সংবিধান দিৱস

আজি দেশে পালন কৰিছে সংবিধান দিৱস । সংসদৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । অনুষ্ঠানত ভাষণ দি বিৰোধী ৰাজনৈতিক দল সমুহক...

সাংসদৰ অযুক্তিকৰ মন্তব্য : ‘প্ৰধানমন্ত্ৰী মোডীয়ে দাড়ি জোকাৰিলে ৫০ লাখ টকীয়া ঘৰো সৰি পৰে’

মধ্য প্ৰদেশৰ ৰেৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰই আকৌ এবাৰ তেওঁৰ বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰে। দৰাচলতে, এইবাৰ তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ...

মালয়ালম গীতত অভিনয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে টংলাৰ পূষাণ ভৰদ্বাজে

 ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰজলাহৰ নিবাসী পিতৃ অনন্ত নাৰায়ণ ভট্টাচাৰ্য্য আৰু মাতৃ ভানু দেৱীৰ পুত্ৰ পূষাণ ভৰদ্বাজে টংলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ...

Popular

Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে(Delhi Bomb Blast)। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়।

Subscribe

spot_imgspot_img