Tag: india

Browse our exclusive articles!

শীতকালত হিটাৰৰ অত্যাধিক ব্যৱহাৰ নকৰিব!

শীতকালত হিটাৰৰ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে।গতিকে ৰুম হিটাৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত স্বাস্থ্যৰ কি কি ক্ষতি হ'ব পাৰে ...

নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সলনি কৰিলে ৰণনীতি!

বুধবাৰে ৰাজধানী পাটনাত বিহাৰ বিজেপিৰ কাৰ্যবাহী সভা অনুস্থিত হয় । বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিষয়টো আগুৱাই নিয়াৰ...

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত

বুধবাৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে লয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। কেন্দ্ৰীয় কেবিনেটৰ অন্য এক বৃহৎ...

চ’ছিয়েল মিডিয়াত পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য

 ভগৱান ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণক লৈ  কিছুদিন পুৰ্ব উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৱাসী তথা কমেডিয়ান অভিনেতা বিৰ দাসে অশ্লীল মন্তব্য  কৰাৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় জনতা...

আম্বানীৰ কোম্পানীৰ অভিলেখ ভংগ!!

দেশৰ ডিজিটেলম'বাইল ৱালেট পেটিএমে সৰ্ববৃহৎ আইপিঅ' মুকলি কৰে, কিন্তু বজাৰত তালিকাভুক্ত হোৱাৰ লগে লগে বিনিয়োগকাৰীসকলে এক ডাঙৰ বিফলতাৰ সন্মুখীন হয়। পেটিএমে দেশৰ সৰ্ববৃহৎ আইপিঅ'...

Popular

Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে(Delhi Bomb Blast)। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়।

Subscribe

spot_imgspot_img