Tag: india

Browse our exclusive articles!

ৰাণী এলিজাবেথৰ হাত কিয় বেঙুনীয়া? চিকিৎসকৰ ব্যাখ্যা

ৰাণী এলিজাবেথৰ বেঙুনীয়া হাতৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যাৰ ফলত ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। মেৰুদণ্ডৰ আঘাতৰ বাবে এমাহৰ বাবে বিচনাবিশ্ৰাম...

আৰিয়ান খানৰ জামিন আদেশ মুম্বাই উচ্চ ন্যায়ালয়ৰ

মুম্বাইৰ ড্ৰাগছ গোচৰত আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচা আৰু গোচৰটোৰ আন অভিযুক্তসকলৰ মাজত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নগ'ল। শনিবাৰে মুম্বাই উচ্চ ন্যায়ালয়ে জাৰি...

কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক পৰিচ্ছন্নতা জৰীপত প্ৰথম স্থানত বাৰাণসী

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে (২০ নৱেম্বৰ ২০২১, ) দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২১ প্ৰদান কৰে।কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক পৰিচ্ছন্নতা জৰীপত বাৰাণসীয়ে আটাইতকৈ...

এপ্ৰিলৰ ভিতৰত সকলো ৰাফেল জেট বিতৰণ কৰিব ভাৰতক

ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে কৈছে যে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত সকলো চুক্তিবদ্ধ ৰাফেল ভাৰতলৈ প্ৰদান কৰিব লাগিব। ফ্ৰান্স আৰু ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক...

প্ৰদূষণ মিটাৰ কি ? ই কেনেকৈ কাম কৰে ?

বায়ু প্ৰদূষণ এই মুহূৰ্তত দেশৰ আটাইতকৈ জ্বলন্ত সমস্যাবোৰৰ ভিতৰত এটা। যদিও আদালত, চৰকাৰ, ইউনিয়ন, ৰাজনীতিবিদ সকলে বহল পৰিসৰত বিস্তাৰ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতিৰ বিষয়ে বিতৰ্ক...

Popular

All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে। ১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস

গুৱাহাটী, ১৯ অক্টোবৰঃ দেশৰ কেইবাটাও বিধানসভা সমষ্টিৰ লগতে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক (Wayanad Lok Sabha constituency by-election)লৈ এতিয়া ৰানৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ২৩ অক্টোবৰ বুধবাৰে ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress' Priyanka Gandhi)। ৰাহুল গান্ধীৰ সৈতে কৰা ৰ’ডশ্ব’ৰ অন্তত ভাদ্ৰাই ৱায়ানাডৰ কালেক্টৰেটৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব।নিৰ্বাচন আয়োগে ৱায়ানাড উপ-নিৰ্বাচন ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে আসনখনৰ পৰা প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছিল।

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে। সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

Subscribe

spot_imgspot_img