Tag: india

Browse our exclusive articles!

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ সাজু তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সঞ্জয়ৰ পুত্ৰ

শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনকো মুম্বাই ইণ্ডিয়ানছে এই বছৰৰ আৰম্ভণিতে নিলামৰ সময়ত ২০ লাখ টকাত ক্ৰয় কৰিছিল।আনহাতে সমিত দ্ৰাবিড়ৰ ইতিমধ্যে জুনিয়ৰ ক্ৰিকেটত কেইটামান দ্বিশতক হৈছে।...

ভাৰতক নেতৃত্ব দিব মিজোৰাম অলিম্পিয়ান লালৰেমচিয়ামীয়ে

টকিঅ' অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ভাৰতীয় জ্যেষ্ঠ মহিলা হকী দলৰ অংশ হৈ থকা ফৰৱাৰ্ড লালৰেমছিয়ামীয়ে ৫ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হ'বলগীয়া এফ...

বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পিছত কৃষক নেতা ৰাকেশ টিকাইৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অৱশেষত বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে। এই ঘোষণাৰ পিছত কৃষক নেতা ৰাকেশ টিকাইতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে...

অন্ধ্ৰৰ আকস্মিক বানত নিহত তিনিজন, সন্ধানহীন ৩০ জন

অন্ধ্ৰ প্ৰদেশত বান্ধ ভাঙি চেয়েৰু নদী উপচি পৰাৰ পিছত কেইবাখনো গাওঁ প্লাবিত হৈছে।শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ কাডাপা জিলাত আকস্মিক বানপানীৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু...

কৃষি আইনক লৈ বেকফুটত মোডী চৰকাৰ !

বাতিল কৰিলে তিনি কৃষি আইন দেশজুৰি হোৱা বিশাল প্ৰতিবাদৰ পিচত অৱশেষত তিনিখন কৃষি আইন বাতিল হল কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ । শুকুৰবাৰে গুৰু নানক জয়ন্তী...

Popular

All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে। ১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস

গুৱাহাটী, ১৯ অক্টোবৰঃ দেশৰ কেইবাটাও বিধানসভা সমষ্টিৰ লগতে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক (Wayanad Lok Sabha constituency by-election)লৈ এতিয়া ৰানৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ২৩ অক্টোবৰ বুধবাৰে ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress' Priyanka Gandhi)। ৰাহুল গান্ধীৰ সৈতে কৰা ৰ’ডশ্ব’ৰ অন্তত ভাদ্ৰাই ৱায়ানাডৰ কালেক্টৰেটৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব।নিৰ্বাচন আয়োগে ৱায়ানাড উপ-নিৰ্বাচন ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে আসনখনৰ পৰা প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছিল।

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে। সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

Subscribe

spot_imgspot_img