Tag: india

Browse our exclusive articles!

৫৮০ বছৰৰ পিছত আটাইতকৈ দীঘল আংশিক চন্দ্ৰগ্ৰহণ

বিশ্বৰ ৫৮০ বছৰৰ পিছত আটাইতকৈ দীঘল আংশিক চন্দ্ৰগ্ৰহণ বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে দেখা যাব। এই দৃশ্যটো শুক্ৰবাৰে ভাৰতত দেখা যাব পাৰে।নাছাৰ মতে, এই আংশিক চন্দ্ৰগ্ৰহণ...

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন। ১৯১৭ চনৰ ১৯ নৱেম্বৰত এলাহাবাদৰ নেহৰু পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ জীৱনত কাৰ্যকালত...

লক্ষ্ণৌৰ ডিজিপি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ নৱেম্বৰ, ২০২১ তাৰিখে লক্ষ্ণৌৰ আৰক্ষী মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু আৰক্ষী মহাপৰিদৰ্শক (আইজিপি)ৰ ৫৬ সংখ্যক সন্মিলনত অংশগ্ৰহণ...

CPCৰ ৰেড লিষ্টত অন্তৰ্ভুক্ত পাকিস্থান

আমেৰিকাৰ বিদেশ মন্ত্ৰী এন্টনী ব্লিংকনে বুধবাৰে ধৰ্মীয় স্বতন্তা উলংঘন কাৰী দেশ ' কাউন্ট্ৰী অফ পাৰ্টিকুলাৰ কন্সাৰ্ণ ' তালিকা জাৰি কৰে ।এই তালিকাত পাকিস্থান ,...

মোডী চৰকাৰৰ হাইড্ৰজেন মিছন

আইঅচিএলয়ে পানীপথ, মথুৰা সেউজ গোটৰ বাবে নিবিদা আমন্ত্ৰণ কৰাৰ লগে লগে মোডী চৰকাৰৰ হাইড্ৰজেন মিছন আৰম্ভ ।ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅ'চিএল)য়ে উত্তৰ ভাৰতত ইয়াৰ দুটা...

Popular

All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে। ১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস

গুৱাহাটী, ১৯ অক্টোবৰঃ দেশৰ কেইবাটাও বিধানসভা সমষ্টিৰ লগতে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক (Wayanad Lok Sabha constituency by-election)লৈ এতিয়া ৰানৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ২৩ অক্টোবৰ বুধবাৰে ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress' Priyanka Gandhi)। ৰাহুল গান্ধীৰ সৈতে কৰা ৰ’ডশ্ব’ৰ অন্তত ভাদ্ৰাই ৱায়ানাডৰ কালেক্টৰেটৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব।নিৰ্বাচন আয়োগে ৱায়ানাড উপ-নিৰ্বাচন ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে আসনখনৰ পৰা প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছিল।

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে। সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

Subscribe

spot_imgspot_img