Tag: india

Browse our exclusive articles!

কাশ্মীৰী সন্ত্ৰাসবাদীৰ সন্দৰ্ভত বিপিন ৰাৱাটৰ মন্তব্য

শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ অনুষ্ঠানত ভাষণ দি ৰাৱাটে কয় যে কাশ্মীৰীসকলে এতিয়া "সন্ত্ৰাসবাদীসকলক নিজেই হত্যা" কৰাৰ প্ৰস্তাৱ দিছে। তেওঁ দাবী কৰিছিল যে এইটো...

দিল্লীত বিধানসভা নিৰ্বাচন সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীত আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।উত্তৰ...

চণ্ডিগড়ত বাৰ্ড পাৰ্ক উদ্বোধন ৰাষ্ট্ৰপতিৰ পত্নীৰ

চণ্ডিগড় চহৰ ইতিমধ্যে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, মল, উদ্যান আদিৰ বাবে বিখ্যাত। কিন্তু এতিয়া চহৰখনে এটা নতুন পৰিচয় লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, ইয়াক এতিয়া বাৰ্ড...

১৩ বছৰ বয়সৰ পৰাই ডায়েবেটিচত আক্ৰান্ত নিক জোনাছ

নিউজ ডেস্কঃ গায়ক নিক জোনাছে ১৩ বছৰ বয়সত জানিব পাৰিছিল যে তেওঁৰ ডায়েবেটিচ আছে। আজি, ১৬ বছৰ ধৰি, তেওঁ ডায়েবেটিচৰ সৈতে ভালদৰে যুঁজি আছে।...

পৰৱৰ্তী নিৰ্দেশ পৰ্য্যন্ত বিদ্যালয়,মহাবিদ্যালয় বন্ধঃ দিল্লী প্ৰদূষণ

নিউজ ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত তীব্ৰ প্ৰদূষণৰ স্তৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ অহা লৈকে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ ৰখা হৈছে। লগতে, চৰকাৰী বিভাগত ঘৰৰ...

Popular

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে। সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

Hargila । জাৰ্মানীত ড: পূৰ্ণিমা দেৱী বৰ্মনৰ পৰিৱেশ কৰ্মশালাত অসমৰ হৰগিলাৰ বেবী শ্বাৱাৰ অনুষ্ঠান

অসমৰ প্ৰখ্যাত সংৰক্ষণবিদ তথা হুইটলী স্বৰ্ণ বঁটা বিজয়ী ড: পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰউইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনত ২০ জন সংৰক্ষণমুখী যুৱক-যুৱতী, চিৰিয়াখানা ৰক্ষক আৰু মালিকৰ বাবে আয়োজিত এই অনুষ্ঠানত শিক্ষা, শিল্প আৰু পৰিৱেশ সজাগতাৰ এক অনন্য ৰূপত সংমিশ্ৰণ ঘটিছিল। ড: পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণকাৰী সকলক অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দি অধিৱেশনৰ আৰম্ভণি কৰে, বিশেষকৈ বিৰল বৃহত্তৰ এডজুটেণ্ট ষ্টৰ্ক (হাৰগিলা)কে ধৰি বিভিন্ন প্ৰজাতিৰ ষ্টৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।(Hargila) (Germany)

Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ চাৰিটাকৈ শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা, সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু, আহোম সভা আৰু আহোম সেনাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰৰ দুয়োখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। (Tai Ahom Community )

Subscribe

spot_imgspot_img