Tag: india

Browse our exclusive articles!

বেংকসমূহক সতৰ্ক হৈ থকাৰ আহ্বান ৰিজাৰ্ভ বেংকৰ…

সম্ভাব্য চাইবাৰ আক্ৰমণ সন্দৰ্ভত নিয়ন্ত্ৰকে লাভ কৰা সূত্ৰৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলো বেংককে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছে৷২৪ জুনত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই...

আৰাকু কফিৰ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ! স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰাকু কফি…

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে মান কি বাটত আৰাকু কফিৰ জনপ্ৰিয়তাৰ কয়। তেওঁ কয় যে ভাৰতৰ ইমানবোৰ সামগ্ৰী আছে যিবোৰৰ সমগ্ৰ বিশ্বতে অতি চাহিদা আছে আৰু...

ৰাজ অভিষেক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত

ঐতিহাসিক সাতোৰজা- পাঁচোৰজাৰ স্মৃতি বিজড়িত পাঁচোৰজাৰ ভিতৰৰে সৰা ৰজা হিচাপে নতুনকৈ আজি অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী সমৰ সিংহ ডেকাক স্বীকৃতি প্ৰদান কৰা হয়। এই...

ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক

আজি ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক সভাপতি শ্ৰী বাবুলাল মাৰাণ্ডী দেৱৰ অধ্যক্ষতাত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত বিভিন্ন...

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে ইউ জি চি নেট পৰীক্ষাৰ সময়সূচী..

বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্রীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুনৰ পৰীক্ষা ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। নেট পৰীক্ষা বাতিল হোৱা...

Popular

Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷

Subscribe

spot_imgspot_img