Tag: india

Browse our exclusive articles!

জুন মাহত উত্তৰ ভাৰতত কালান্তক ৰূপ ধাৰণ কৰিব গ্ৰীষ্ম প্ৰবাহেঃ প্ৰকাশ কৰিলে বতৰ বিজ্ঞান বিভাগে…

নতুন দিল্লীৰ তাপমাত্ৰা প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ হৈছে। ৰাজধানী চহৰ খনত তাপমাত্ৰাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এনে সময়তে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মাহেকীয়া...

মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি প্ৰথমগৰাকী নিচি মহিলা হিচাপে ইতিহাস ৰচনা কৰিলে অৰুণাচল প্ৰদেশৰ কাবাক ইয়ানোই…

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হৈ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা পৰ্বতাৰোহী কাবাক ইয়ানোৱে ইতিহাসত নিজৰ নাম খোদিত কৰিছে। এই উল্লেখযোগ্য কৃতিত্বৰ জৰিয়তে...

পাকিস্তানত ডেৰবছৰীয়া বন্দীত্ব জীৱন কটাই স্বদেশত ভৰি থ’লে পুত্ৰ সহ নগাঁৱৰ ৱাহিদা বেগমে

সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ন্যায় পালে ৱাহিদাৰ মাতৃয়ে ভাৰতবৰ্ষৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ কাৰাগাৰত নিজৰ নাৱালক পুত্ৰ সহ সুদীৰ্ঘ ডেৰ বছৰীয়া বন্দীত্বৰ জীৱন অতিবাহিত কৰি অৱশেষত...

নিৰ্বাচনী প্ৰচাৰ সামৰি কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত তিনিদিন ধ্যান কৰিব মোদীয়ে…

নিৰ্বাচনী যাত্ৰাৰ পিছত মোদীৰ আৰম্ভ হ’ব আধ্যাত্মিক যাত্ৰা। সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে...

জিএছটিৰ নামত প্ৰৱঞ্চনাৰে পঞ্চাছ কোটিৰো অধিক টকা আত্মসাৎঃ প্ৰৱঞ্চক শিবাংগ পাল অৱশেষত আৰক্ষীৰ জালত, তিনিবছৰে অন্তৰ্ধান হৈ থকা শিবাংগ পালক পশ্চিমবংগত গ্ৰেপ্তাৰ…

জি.এচ.টিৰ কনছাল্টিং প্ৰতিষ্ঠান খুলি বিভিন্ন ব্যৱসায়ীৰ পৰা প্ৰৱঞ্চনাৰে ৫০ কোটিৰো অধিক টকা জালিয়াতিৰে সৰকাই তিনিবছৰ ধৰি পলাই থকা ধেমাজিৰ শিবাংগ পালক অৱশেষত ধেমাজিৰ আৰক্ষীয়ে...

Popular

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই...

Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ

ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা

প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।

Subscribe

spot_imgspot_img