Tag: india

Browse our exclusive articles!

অসম কন্যাৰ গৌৰৱময় সফলতাই নৱজাগৰণ আনিলে ভাৰতীয় টাইকোৱান্ডো জগতলৈ, বিশ্ব চেম্পিয়নশ্বিপত খেলাৰ লক্ষ্যৰে কঠোৰ অনুশীলনত ৰ’দালি বৰুৱা…

ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱান্ডো প্ৰতিযোগিতাত পদক জয়ৰে ইতিহাস গঢ়া অসম কন্যা ৰ’দালি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হ’ল অহা বছৰ হ’ব লগা বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব...

১০০ বছৰ জীয়াই থকাৰ ইচ্ছা নেকি? এই সমূহ নিয়ম মানি চলক…

শৰীৰ সম্পূৰ্ণ সুস্থ হৈ থাকিলেহে দীৰ্ঘায়ু সম্ভৱ। ৰোগে আগুৰি থকা শৰীৰ এটাৰ বেছিদিন জীয়াই থকাৰ সম্ভাৱনা কমি যায়। এনে পৰিস্থিতিত সুস্থ শৰীৰৰ বাবে ঔষধৰ...

তীব্ৰ গৰমঃ গৰমত খাওক এই পানীয়! আপোনাৰ শৰীৰো ভাল হ’ব, তৃষ্ণাও দূৰ হ’ব…

গৰমে দহিছে দেশবাসী তথা ৰাজ্যবাসীক। বিগত তিনিদিন ধৰি তাপমাত্ৰা ৩৮ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পাইছে। স্তব্ধ হৈ পৰিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন। অসমৰ কেইবাখনো জিলাই অতিক্ৰম...

কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান ২ ছুপাৰ মডেলৰ…

বিশ্ব দৰবাৰত পুনৰ উজলিল সংযুক্তা দত্ত। কান চলচ্চিত্ৰ মহোৎসৱত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা পোছাকৰ সমাদৰ। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল ২ ছুপাৰ মডেলে পৰিধান...

Clinical & Public Health Nutritionত UCLৰ মেডিচিন বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ চাৰা তেণ্ডুলকাৰৰ…

শচীন তেণ্ডুলকাৰৰ কন্যাই সম্পূৰ্ণ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী। Clinical & Public Health Nutritionত UCLৰ মেডিচিন বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে চাৰা তেণ্ডুলকাৰে। কন্যাৰ সফলতাত উৎফুল্লিত পিতৃ...

Popular

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই...

Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ

ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা

প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।

Subscribe

spot_imgspot_img