Breaking

Browsing Tag

jaggery

শীতকালত গুড় কিয় খাব লাগে? গুড়ৰ আছে বহু উপকাৰিতা…

শীতকালত গুড়: বেছিভাগ খাদ্য বিশেষজ্ঞই চেনিৰ সলনি গুড়ক অগ্ৰাধিকাৰ দিয়াৰ কথা কয়। শীতকালত চেনিতকৈ গুড় কিয় খাব লাগে জানেনে। গুৰৰ মিঠাই আমাৰ বেছিভাগকে আকৰ্ষণ কৰে, ইয়াৰ স্বাভাৱিক সোৱাদ থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে
Read More...

গুণকাৰী গুড়ৰ চমৎকাৰিতা গুণৰ বিষয়ে জানক…

*গুড়ত আইৰণ থাকে আৰু সেইকাৰণে গুড় এনিমিয়া ৰোগ নিৰাময়ত সহায়ক। *আহাৰ খোৱাৰ পিছত অলপ গুড় খালে ই আহাৰ জীণ যোৱাত সহায় কৰে। ই পেট পৰিষ্কাৰ ও কৰে। *বিভিন্ন খাদ্যৰ কুপ্ৰভাৱত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ কৰাত গুড়ে সহায় কৰে।
Read More...