Breaking

Browsing Tag

jalukbari

জালুকবাৰীত চুৰি বাইক উদ্ধাৰ, চোৰক গ্ৰেপ্তাৰ…

গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায় দেওবাৰে দুপৰীয়া এখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে এজন চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কৰা চোৰটোক দৰং জিলাৰ মঙলদৈৰ গোৱিন্দ ৰাজবংশী (২৯) বুলি চিনাক্ত কৰা হৈছে। জানিব
Read More...