Breaking

Browsing Tag

Jayanta Malla Baruah

অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক ৫ কোটি…

দৈনন্দিন বাৰ্তা ডিজিটেলঃ দেওবাৰে অসমৰমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ
Read More...

দক্ষ মানুহৰ কেতিয়াও মৰণ নাই, দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়ঃ মন্ত্ৰী জয়ন্ত…

দক্ষ মানুহৰ কেতিয়াও মৰণ নাই। দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়। কেৱল আমি আমাৰ দক্ষতাটো কেনেকৈ সুন্দৰভাৱে এটা ব্যৱস্থাৰ মাজেৰে প্ৰশিক্ষণৰ মাজেৰে আগবঢ়াই নিওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। - এই মন্তব্য অসম চৰকাৰৰ দক্ষতা, নিয়োগ
Read More...

এইবাৰ হিচাবতকৈ বেছি বৰষুণ হৈছেঃ জয়ন্ত মল্ল বৰুৱা…

এইবাৰ অসমত হিচাবতকৈ বেছি বৰষুণ হৈছে, এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। কাজিৰঙাৰ ৰাজপথত ড্ৰাইভ শ্ল' প্লেকাৰ্ড লৈ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। যান বাহনৰ গতিবেগ ৰোধ কৰিবলৈ চালকক আহ্বান মন্ত্ৰীগৰাকীৰ।
Read More...

৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বিধায়ক মৃণাল শইকীয়াই ছ’চিয়েল মিডিয়াত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সন্দৰ্ভত কৰা পোষ্ট সম্পৰ্কত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মৃণাল শইকীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা। তেওঁ যিখিনি কথা কৈছে, সেই
Read More...

৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই…

অহা ৭ মে’ত অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠিত বিজেপি মিত্ৰদল অগপ আৰু ইউপিপিএলো।
Read More...

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ…

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে।হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন মুলক কামত ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে ।আজি নলবাৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংখ্যালঘু তুষ্টিকৰণৰ চৰ্চা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল
Read More...

‘লুৰীনজ্যোতি গগৈ দুমুখীয়া, ৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া কংগ্ৰেছৰে মিত্ৰতা লুৰিণৰ’,…

ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান। জোৰদাৰ হৈ উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ উদ্যম দেখি উৎসাহিত সকলো। বিজেপিৰ জয়জয়কাৰ ধ্বনিত মুখৰ ৰাজ্য। সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো চলাইছে প্ৰচাৰ অভিযান। উজনি অসমত নিৰ্বাচনী
Read More...

ভূপেন বৰা বিজেপিলৈ অহাটো একেবাৰে খাটাংঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ভূপেন বৰা অসমৰ ৰাজনীতিৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় জোকাৰঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। 'ভূপেন বৰা বিজেপিলৈ অহাটো একেবাৰে খাটাং’। 'অকল চান্দা উঠাবৰ বাবে ভূপেন বৰা কংগ্ৰেছ দলত আছে, চান্দাখিনি উঠোৱা হ’লে তেওঁ বিজেপিলৈ আহিব’।
Read More...

জল জীৱন মিছনৰ অন্তৰ্গত জলদূত কাৰ্যসূচীৰ অধীনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে…

কামৰূপ জিলাৰ পচৰীয়াত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি জলদূত কাৰ্যসূচীৰ অন্তর্গত "জলশালা" উন্মোচন কৰে। জলদূত কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে অষ্টম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিষ্ঠাবান স্বেচ্ছাসেৱকৰ নেটৱৰ্ক গঢ়ি তোলা,
Read More...