Breaking

Browsing Tag

jorhat

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীৰ্বাদ ল’লে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব…

বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা। উক্ত ভ্ৰমণসূচীত কেবাটাও কাৰ্যসূচী অন্তভুক্ত কৰিছে। বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয় উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত
Read More...

শংকৰ আজানৰ দেশত সম্প্ৰীতিৰ সুন্দৰ ভক্তিৰ নিদৰ্শন দেখা পোৱা গ’ল যোৰহাটত…

এই খনেই আমাৰ শঙ্কৰ আজানৰ দেশ,এই বাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তীৰ উপলক্ষে পশ্চিম যোৰহাটৰ চাৰিঙীয়া বৰ নামঘৰৰে বাহিৰ কৰা ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰাক আজান চাৰিঙীয়া মছজিদ কমিটিয়ে সেৱা প্ৰাৰ্থনাৰে আদৰণি জনোৱাৰ লগতে আপ্যায়নৰো
Read More...