Tag: justice

Browse our exclusive articles!

নগাঁৱত সাংবাদিক নির্যাতনৰ ঘটনাৰ তীব্র গৰিহণাৰ জুৱাৰ ! দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী…

গুৱাহাটীৰ এক সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিক দীপাংকৰ মেধিক আজি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহে দুব্যৱহাৰ কৰা কাৰ্যক তীব্র গৰিহণা দিছে জার্নেলিষ্ট ইউনিয়ন অৱ...

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা…

শুকুৰবাৰে নগাওঁ জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অপদস্থৰ সন্মুখীন হয় NB newsৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক কেৱল প্ৰশ্ন কৰাৰ...

ৰাম মন্দিৰ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

ৰাম মন্দিৰ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। সামাজিক মাধ্যমযোগে এই ভাবুকি প্ৰদান। ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ। অভিযুক্ত তাহাৰ সিং...

মহাৰাষ্ট্ৰত কোৰিয়াৰ বল্’গাৰক অশালীন আচৰণ কৰা ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ…

মহাৰাষ্ট্ৰত কোৰিয়াৰক বল্’গাৰক অশালীন আচৰণ কৰা ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰপুনেত দক্ষিণ কোৰিয়াৰ এজন ভ্লগাৰক এজন লোকে নিৰ্যাতন কৰে৷ নিৰ্যাতন কৰা লোকজনক এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল...

শিলচৰ মেডিকেল কলেজৰ সন্মুখত মৃতদেহ উদ্ধাৰ…

শিলচৰ মেডিকেল কলেজৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন গুৱাহাটী ভাস্কৰ নগৰৰ কাৰ্তিক ৰায়। ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img