Tag: justice

Browse our exclusive articles!

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী ! দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত প্ৰতিবাদ…

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে AAPৰ মন্ত্ৰী-বিধায়ক, সাংসদে। দেশৰ ২৫খন...

১৮ এপ্ৰিললৈ বৃদ্ধি মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ…

সুৰা নীতিৰ গোচৰত ১৩৯ দিন কাৰাবাসত থকা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। দিল্লীৰ এখন আদালতে আবকাৰী নীতিৰ...

আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থী উমা সত্য চাই গাদ্দেৰ মৃত্যু…

পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু। ওহাইঅ'ৰ ক্লিভলেণ্ডত মৃত্যু উমা সত্য চাই গাদ্দে নামৰ ছাত্ৰজনৰ । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত । শীঘ্ৰে ভাৰতলৈ...

হাওৰাঘাটত মৰেল পুলিচিঙৰ ঘটনা ! গৰু চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্রহাৰ গঞাৰ…

হাওৰাঘাটত মৰেল পুলিচিঙৰ ঘটনা জামগুৰি মুণ্ডা গাঁৱত উত্তপ্ত পৰিস্থিতি গৰু চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্রহাৰ গঞাৰ যুৱকজনৰ নাম কুদুৰাম পুতি চোৰক উদ্ধাৰ কৰিবলৈ যোৱা...

বাংকাত নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী নকৰাৰ বাবে চিকিৎসকক হত্যাৰ ভাবুকি…

ডাক্তৰক হত্যাৰ ভাবুকিঃ আজিকালি বাংকাত ডাক্তৰক জোৰকৈ যোগানকাৰীয়ে কাহৰ চিৰাপ খাবলৈ কয়। যেতিয়া চিকিৎসকে নিষিদ্ধ কাহৰ চিৰাপ খাবলৈ অস্বীকাৰ কৰে তেতিয়া হেঁচা প্ৰয়োগ কৰা...

Popular

Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ আঁৰত বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Subscribe

spot_imgspot_img