Breaking

Browsing Tag

Karnataka

প্ৰধানমন্ত্ৰী মোদীৰ বেংগালুৰুৰ ৰোড শ্ব’ৰ আজি দ্বিতীয় দিন। কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক…

কৰ্ণাটকৰ বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’ত ব্যস্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে বেংগালুৰুত মেগা ৰোডশ্ব’ কৰি আছে। এই ৰোড শ্ব’ত অংশগ্ৰহণৰ বাবে এক বৃহৎ সংখ্যক লোক সমবেত
Read More...

‘কোনো কু-অভিপ্ৰায় নাছিল…’ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰী মোদীলৈ ফোন নিক্ষেপ…

'কোনো কু-অভিপ্ৰায় নাছিল…' প্ৰধানমন্ত্ৰী মোদীৰ গাড়ীত ফোন নিক্ষেপ কৰা মহিলাগৰাকীক লৈ আৰক্ষীৰ বিবৃতি।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গাড়ীত ফোন নিক্ষেপ কৰা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা কৰ্মী সন্দৰ্ভত আৰক্ষীয়ে কি ক'লে জানক।মহীশূৰত প্ৰধানমন্ত্ৰী
Read More...

আজিৰে পৰা কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ, দুদিনত ৬খন ৰেলী আৰু দুটা ৰোড…

ভোটদানৰ বাবে মাত্ৰ ১০ দিন বাকী থকা সময়ত কৰ্ণাটকত আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোডীৰ সভা। ৰাজ্যৰ ২২৪খন আসনৰ বিধানসভাৰ বাবে একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।অহা ১০ মে’ত কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। কৰ্ণাটকত পুনৰবাৰ বিজেপিয়ে পদুমক
Read More...

বিপদত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি বিভি শ্ৰীনিৱাস, অসম আৰক্ষীয়ে জাৰি কৰিলে জাননী, ২ মে’ত…

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপদত পৰিছে কৰ্ণাটকৰ বাসিন্দা তথা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি বিভি শ্ৰীনিৱাস।অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তোলাৰ পিছতে নেতাগৰাকীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে
Read More...

‘৭০ বছৰ গণতন্ত্ৰ ৰক্ষা কৰি, আপোনাক প্ৰধানমন্ত্ৰী বনাইছে’- মল্লিকাৰ্জুন খৰ্গে…

'৭০ বছৰত গণতন্ত্ৰ ৰক্ষা কৰি, আপোনাক প্ৰধানমন্ত্ৰী বনাইছে'- মল্লিকাৰ্জুন খৰ্গে...।কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত ৰাহুল গান্ধী বনাম পি এম মোডী নহ’ব বুলি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য। অহা মাহত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব।
Read More...

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৫০ খনতকৈও অধিক আসনত জয়ৰ নিশ্চিত…

কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৫০ খনতকৈও অধিক আসনত জয় সুনিশ্চিত কৰিবলৈ ৰাহুল গান্ধীয়ে দলৰ নেতাসকলক আহ্বান জনায়। কৰ্ণাটক নিৰ্বাচনলৈ এমাহ বাকী আছে। কংগ্ৰেছে ৰাজ্যত প্ৰচাৰ চলাবলৈ আৰু ৰাইজৰ আস্থা লাভ কৰিবলৈ
Read More...

ঘোষণা হ’ল কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তালিকা…

১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। ঘোষণা কৰিলে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তালিকা। ২২৪ টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ১৮৯ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়।
Read More...

নগদ ধন, সুৰা আৰু সোণ! কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৭০ কোটি টকা সামগ্ৰী জব্দ…

নগদ ধন, সুৰা আৰু সোণ! কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে বিতৰণৰ বাবে অনা হৈছিল ৭০ কোটি টকাৰ বস্তু। আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ পাছৰে পৰা নির্বাচন আয়োগে নগদ ধন, সুৰা আৰু অন্যান্য সামগ্রী কমেও ৬৯.৩৬ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷ কৰ্ণাটকত বিধানসভা
Read More...

এজন বৃদ্ধ কৃষকে প্ৰধানমন্ত্ৰী মোডীৰ ফটোত চুম্বন কৰি ক’লে, – ‘বিশ্ব জয়…

এজন বৃদ্ধ কৃষকৰ মৰম প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি, বাছৰ ফটোত চুম্বন কৰি ক'লে; কলে - বিশ্ব জয় কৰিব!এই ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰিছে মোহনদাস কামাথে। এই ভিডিঅ’টোৰ সৈতে দিয়া কেপচনত তেওঁ লিখিছে যে এইগৰাকী বৃদ্ধ কৃষকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
Read More...

নাৰী দিৱসৰ উপলক্ষে কৰ্ণাটক পৰ্যটন বিভাগৰ বিশেষ উপহাৰ! মহিলাৰ নামত হোটেল বুকিঙত ৫০ শতাংশ ৰেহাই…

কৰ্ণাটক পৰ্যটন বিভাগে মহিলা পৰ্যটকক উপহাৰ হিচাপে হোটেলৰ কোঠা বুকিঙত ৫০ শতাংশ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে।কৰ্ণাটক পৰ্যটন বিভাগ (কৰ্ণাটক পৰ্যটন বিভাগ) আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ ওপৰত মহিলাসকলক বিশেষ উপহাৰৰ কথা ঘোষণা কৰিছে। কৰ্ণাটক চৰকাৰৰ
Read More...