Breaking

Browsing Tag

KEDARNATH TAMPLE

কেদাৰনাথ মন্দিৰৰ গান্ধী সৰোৱৰত ব্যাপক হিমস্খলন

দেওবাৰে কেদাৰনাথৰ গান্ধী সৰোবৰৰ ওপৰত ব্যাপক হিমস্খলন সংঘটিত হয়।ঢালৰ পৰা হুৰহুৰাই তললৈ নামি অহা হিমস্খলনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। দেওবাৰে পুৱা প্ৰায় ৫ বজাত কেদাৰনাথ ধামৰ পিছফালে
Read More...

বাবা কেদাৰনাথ ধাম দৰ্শন কৰি মহাদেৱৰ চৰণত ভক্তি অঞ্জলি আগবঢ়াই মন্ত্ৰী পীয়ূষ হাজৰিকাই…

আজি বাবা কেদাৰনাথ ধাম দৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। বাবা কেদাৰনাথ ধাম দৰ্শন কৰি মহাদেৱৰ চৰণত ভক্তি অঞ্জলি আগবঢ়াই মন্ত্ৰী পীয়ূষ হাজৰিকাই। পৱিত্ৰ কেদাৰনাথ দৰ্শনৰ মঙ্গলময় ক্ষণত
Read More...

কেদাৰনাথ ধামত নিষিদ্ধ ভিডিঅ’গ্ৰাফী, ফটোগ্ৰাফী। এই সিদ্ধান্ত মন্দিৰ সমিতিৰ…

ফটো উঠি, ৰিল বনাই ভালপোৱা সকলৰ বাবে এক বেয়া খবৰ। কেদাৰনাথ মন্দিৰলৈ গ'লে নোৱাৰিব ফটো আৰু ৰিল কৰিব। কেদাৰনাথ মন্দিৰ চৌহদত নিষিদ্ধ কৰা হৈছে ভিডিঅ’গ্ৰাফী আৰু ফটোগ্ৰাফী। উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত ৰিল বনোৱা সকলৰ এতিয়া ভাল নহয়। উত্তৰাখণ্ডৰ
Read More...

কেদাৰনাথ ধাম দৰ্শন কৰি পূজা আগবঢ়ালে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে…

কেদাৰনাথ ধাম দৰ্শন কৰি পূজা আগবঢ়ালে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে। শ্বুটিঙৰ বাবে অক্ষয় কুমাৰ ডেৰাডুনলৈ গৈছে। মঙলবাৰে কেদাৰনাথ ধামলৈ ৰাওনা হয় অভিনেতা অক্ষয় কুমাৰ।বলীউডৰ অভিনেতা অক্ষয় কুমাৰ কেদাৰনাথ
Read More...

কেদাৰনাথ মন্দিৰৰ চৌপাশে পাহাৰত ভয়ংকৰ হিমস্খলন…

কেদাৰনাথ পাহাৰত ভয়ংকৰ হিমস্খলন।  বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কেদাৰনাথ মন্দিৰৰ চৌপাশে হিমস্খলন হোৱা দেখিবলৈ পোৱা যায়। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে হিমস্খলনৰ ভিডিঅ'।
Read More...

আজিৰে পৰা বন্ধ কেদাৰনাথ মন্দিৰৰ দুৱাৰ!

পুৱা ৮ বজাৰ লগে লগে বন্ধ হৈ পৰিল কেদাৰনাথ মন্দিৰৰ দুৱাৰ। শীতৰ আগমণৰ লগে লগে পুনৰ ৬ মাহৰ বাবে বন্ধ হল কেদাৰনাথ মন্দিৰৰ দুৱাৰ । মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত, বাবা কেদাৰৰ (ভগৱান শিৱ) পাঁচমুখৰ মূৰ্তিটো ফুলেৰে সজোৱা এটা পালঙ্কুৰত উখিমথৰ
Read More...