Breaking

Browsing Tag

ladakh

লাডাখত সেনাৰ দুৰ্ঘটনাৰ কাৰণ কি! ঘটনাক লৈ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ…

লাডাখত সেনাৰ অনুশীলনৰ সময়ত শ্বহীদ ৫। সামৰিক অনুশীলনৰ সময়ত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। পুৱতি নিশা এল এ চি ৰ সমীপত নদী পাৰ কৰি থকাৰ সময়ত এই দুৰ্ঘটনা। নদীখন পাৰ হৈ যোৱাৰ সময়ত হঠাতে পানীৰ স্তৰ বাঢ়ি যায়, যাৰ বাবে এই
Read More...

লাডাখত অঘটনঃ নদী পাৰ হওঁতে টেংকসহ উটি গ’ল ভাৰতীয় সেনা জোৱান, ৫ জন জোৱানৰ মৃত্যু…

লাডাখত অঘটন। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হওঁতে পানীৰ সোঁতে উটুৱাই নিলে পাঁচজন জোৱানক। টি-৭২ টেংকৰ সৈতে জোৱান কেইজন পানীত উটি যায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উটি যোৱা আটাইকেইজন জোৱানৰে মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত
Read More...

লাডাখৰ নৈত টেংক ডুবি ৫ জোৱান নিহত

শনিবাৰে লাডাখত ভাৰতীয় সেনাৰ টেংকত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি লাডাখৰ দৌলত বেগ ওল্ডিত ভাৰতীয় সেনাই টেংক অনুশীলন চলাই আছিল। তেনে সময়ছোৱাতে লাডাখৰ সেনাৰ টেংক টি-৭২ শ্বায়োক নদীৰ মাজত আবদ্ধ হৈ পৰে। তাৰফলত আবদ্ধ হৈ পৰা
Read More...

আজি পুৱা লাডাখত ৩.৪ প্ৰাব্যলৰ ভূমিকম্প…

বৃদ্ধি পাইছে ভূমিকম্পৰ প্ৰকোপ। আজি পুৱা লাডাখত ৩.৪ প্ৰাব্যলৰ ভূমিকম্প। কম তীব্ৰতাৰ বাবে কোনো ধৰণৰ জীৱন বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
Read More...

১৭ মে’ত লাডাখত ৰোপণ কৰা হ’ব এক লাখ পুলি…

১৭ মে’ত ৰোপণ কৰা হ'ব এক লাখ গছ পুলি। ইতিমধ্যে লাডাখৰ বিভিন্ন অঞ্চলত ১ লাখ ৫০ হাজাৰ গছ ৰোপণ কৰা হৈছে আৰু হিমালয়ত অৱস্থিত ১০০০ বছৰীয়া ড্ৰুকপা অৰ্ডাৰৰ আধ্যাত্মিক মুৰব্বী গ্যালৱাং ড্ৰুকপাৰ নেতৃত্বত কুংফু ননসকলৰ তত্বাৱধানত এই কাৰ্য হাতত লোৱা
Read More...

লাডাখত গভীৰ খাদত যাত্ৰীবাহী বাহন‌ বাগৰি পৰি প্ৰাণ হেৰুৱালে চাৰি পৰ্যটকে…

মঙ্গলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথৰ ওচৰত সংঘটিত এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত ছয়গৰাকীকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌ-যাওঁতেই আন এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে চাৰি পৰ্যটকৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে
Read More...