Breaking

Browsing Tag

Lord Krishna

আজি ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী…

জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ
Read More...

ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষা আজিৰ যুগতো মানুহৰ বাবে সফলতাৰ মন্ত্ৰতকৈ কম নহয়। শ্ৰী কৃষ্ণৰ কথাবোৰ অৰ্জুনৰ বাবে যিমান গুৰুত্বপূৰ্ণ আছিল, আজিৰ মানুহৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ। যদি এইবোৰ কথাত গুৰুত্ব দিয়ে তেন্তে জীয়াই
Read More...