Breaking

Browsing Tag

milk tea

সাৰ পাই গাখীৰ চাহৰ চুমুক দিয়ে নেকি? ইয়াৰ ফলত কি ক্ষতি হৈছে জানেনে…

ৰাতিপুৱা গাখীৰ চাহ নোখোৱাকৈ দিনটো আৰম্ভ নহয়। অফিচৰ কামৰ মাজতেই হওক বা সন্ধিয়া আড্ডা দিয়াৰ সময়তেই হওক, গাখীৰ চাহ একাপ খাই সকলোৱে ভাল পাই। আনহাতে বেছিভাগ মানুহৰে প্ৰথম পছন্দ হৈছে ‘বেড টি’। মানে চকু মেলিয়ে চাহৰ চুমুক দিব। নহলে আকৌ টোপনি
Read More...

গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…

গাখীৰ দিয়া চাহ অপকাৰী। সেয়ে গাখীৰ দিয়া চাহ নাখাব। এনেদৰেই ক’লে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ)। আইচিএমআৰ-এ জাৰি কৰা এক নতুন নিৰ্দেশনাত চাহ আৰু কফি খোৱা লোকসকলক এনে পানীয়ৰ অত্যধিক ব্যৱহাৰৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ লগতে কেতবোৰ বিশেষ
Read More...