Breaking

Browsing Tag

Minister Jayanta Mallabaruah

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ’জল জীৱন মিছনৰ, খানাপাৰাত আয়োজন কৰা বিশেষ সভাত…

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ’জল জীৱন মিছনৰ বহনক্ষমতা’ৰ ওপৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অসম জল জীৱন মিছনে(JJM) অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, খানাপাৰাত আয়োজন কৰা এক ’কনভাৰ্জেঞ্চ কৰ্মশালা’ত
Read More...

বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ…

বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে। এই বিষয়ে চিন্তা কৰিবলগীয়া নাই। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বঙাইগাঁও জিলাৰ মাণিকপুৰত বৃহস্পতিবাৰে এনডিএ-ৰ প্ৰাৰ্থী ফণীভূষণ
Read More...

কেৰিয়াৰকেন্দ্ৰিক উৎসুকতা-সজাগতা আৰু সুবিশাল কৰ্মক্ষেত্ৰ…

কেৰিয়াৰকেন্দ্ৰিক উৎসুকতা-সজাগতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। সাম্প্ৰতিক সময়ত কেৱল অসম বা ভাৰততেই নহয়, সমগ্র বিশ্বতে চর্চিত এটা বিশেষ বিষয় হৈছে কর্মসংস্থাপন। বিশেষকৈ বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰতবৰ্ষত উপযুক্ত কর্মসংস্থাপনৰ বিষয়টোৱে প্রায় সকলো
Read More...

২০২৬ চনত আৰম্ভ হ’ব অসম স্কিল বিশ্ববিদ্যালয়ঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

নিযুক্তি, পৰ্যটন, জলজীৱন মিছনকে ধৰি নানান বিষয় সামৰি মঙলবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মন্ত্ৰী বৰুৱাই কয় যে ডিমা হাছাওত কোনো বিৰোধী নাই। নিয়োগ বিনিময় কেন্দ্ৰত আজিৰে পৰা আকৌ ৰি ৰেজিষ্টেচন আৰম্ভ কৰা হৈছে
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ জল জীৱন আঁচনিৰ যোগেদি ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতেই…

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে কার্বি আংলং জিলা আৰু পশ্চিম কার্বি আংলং জিলাৰ সাংসদ আৰু বিধায়কসকল, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য আৰু কার্যবাহী সদস্যসকলৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী
Read More...