Tag: Narendra Modi

Browse our exclusive articles!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গামোচা পিন্ধালে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই…

আজি বাৰানসীত মনোনয়ন দাখিল কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মনোনয়ন দাখিলত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা। মনোনয়ন দাখিল পৰ্বত প্ৰধানমন্ত্ৰীগৰাকীক গামোচা পিন্ধালে অগপৰ সভাপতি তথা...

মনোনয়নৰ পূৰ্বে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী, চকুত চকুলো…

মনোনয়নৰ পূৰ্বে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী, চকুত চকুলো বাৰাণসী লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল দেশৰ প্ৰধানমন্ত্ৰীৰ। মনোনয়ন দাখিল কৰা সময়ত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে গৃহমন্ত্ৰী...

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ, তৃতীয়বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোদীয়ে

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ৷ দিনৰ ১১.৩০ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব মোদীয়ে৷ তৃতীয় বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নৰেন্দ্ৰ...

পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ব্যতিক্ৰমী ৰূপত দেখা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাটনাৰ গুৰুদ্বাৰত লংগৰ বিতৰণ কৰা অৱস্থাত দেখা গ’ল প্ৰধানমন্ত্ৰীগৰাকীক। ৰন্ধনশালত খাদ্য প্ৰস্তুত কৰি নিজে বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

প্ৰধানমন্ত্ৰী মোডী এখন যুদ্ধত পৰাস্তঃ কেজৰিৱালৰ মুক্তিক লৈ পাকিস্তানী নেতাৰ প্ৰতিক্ৰিয়া…

সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে দেশৰ...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img