Tag: Narendra Modi

Browse our exclusive articles!

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ পূজা-অৰ্চনা। ৰাম লালাক দৰ্শন আৰু পূজা আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ফটো। ৰাম লালাক দৰ্শন আৰু পূজা কৰাৰ...

আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…

বিজেপিৰ কটাক্ষৰ সন্মুখীন হৈছে কংগ্ৰেছ। ৰায়বৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থী কৰিব তাকেলৈ চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ কংগ্ৰেছে সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব...

মুছলমানসকলেই আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰেঃ মোদীৰ মন্তব্যৰ উত্তৰ দি ক’লে আছাদুদ্দিন ওৱাইচিয়ে

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আৰু হায়দৰাবাদ লোকসভাৰ প্ৰাৰ্থী আছাদুদ্দিন ওৱাইচিয়ে মুছলমানৰ জনসংখ্যাকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ওৱাইচিয়ে এতিয়া কেৱল তেওঁৰ সমষ্টিতে নহয়, দেশৰ...

কংগ্ৰেছে দেশৰ মাতৃ আৰু ভগ্নীসকলৰ মঙ্গলসূত্ৰ কাঢ়ি নি মুছলমানক দিব! প্ৰধানমন্ত্ৰী মোদীৰ বিস্ফোৰক মন্তব্য

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ মতে কংগ্ৰেছে মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ কাঢ়ি লৈ অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিব!...

মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’ ! নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰীৰ…

অসমত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা । আজি নলবাৰীত প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ ।মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এই প্ৰচাৰ কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে । '২০১৪ চনত মোদীৰ...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img