Tag: Narendra Modi

Browse our exclusive articles!

আজি নলবাৰীত বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ! বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ…

ৰণডংকা বজাবলৈ অসমত প্ৰধানমন্ত্ৰী । আজি নলবাৰীত বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰকুৰাত বজাব লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি। নলবাৰীত মোদীৰ বিশাল জনসভা । জনসভাত...

সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ…

আজি পহিলা ব'হাগ। আজি মানুহ বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ। অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী...

‘বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল’: বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য…

'বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল': বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল, এই মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

‘কেৱল বিজেপিয়েহে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিব পাৰে…’: কোচবিহাৰত সন্দেশখালিৰ ঘটনাৰ উদ্ধৃতিৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিম বংগৰ কোচবিহাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। মোদীয়ে তেওঁৰ ভাষণত সন্দেশখালিৰ ঘটনাত বংগৰ শাসকীয় চৰকাৰে অভিযুক্তক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি...

মোদী ভগৱান ৰামৰেই এক অংশঃ ক’লে অভিনেত্ৰী কংগনা ৰাণাৱটে…

মোদী ভগৱান ৰামৰেই এক অংশ। এই মন্তব্য কংগনা ৰাণাৱটৰ। কংগনা ৰাণাৱটে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'ভগৱান ৰামৰ অংশ' বুলি অভিহিত কৰি মোদীৰ প্ৰশংসাত গদগদ...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img