Tag: Narendra Modi

Browse our exclusive articles!

বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ: এআই, জলবায়ু পৰিৱৰ্তন আৰু মহিলা সবলীকৰণৰ ওপৰত মত বিনিময়…

মানুহক সঠিকভাৱে প্ৰশিক্ষণ নিদিলে এআইৰ অপব্যৱহাৰ হ’ব পাৰে।’ বিল গেটছক এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুক্তভাৱে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক...

‘উপহাৰ নালাগে, মোদীক ভোট দিয়ক’, বিবাহ কাৰ্ডত মোদীক ভোট দিবলৈ অনুৰোধ…

৪ এপ্ৰিলত হ’ব পুত্ৰৰ বিবাহ। বিবাহৰ পূৰ্বে দৰাৰ দেউতাকে বিয়াৰ কাৰ্ড ছপা কৰি আলহীক নিমন্ত্ৰণ কৰিছিল। উপহাৰৰ সলনি সকলোকে ভোট দিবলৈ অনুৰোধ জনায়। দৰাৰ...

‘সংকটৰ সময়ত আমি আপোনালোকৰ সৈতে আছো’: ৰাছিয়ালৈ সমবেদনা জনাই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

ৰাছিয়াৰ কনচাৰ্ট হলত হোৱা আক্ৰমণত এতিয়ালৈকে ১১৫ গৰাকী লোক নিহত হৈছে। ।মস্কো কনচাৰ্ট হলত আক্ৰমণ চলাই ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে ১১৫ গৰাকীৰো অধিক লোকক...

ভূটানৰ সৰ্বোচ্চ আসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে-এয়া ভাৰতৰ ১৪০ কোটি লোকলৈ সন্মান…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে ভূটানৰ চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো । লক্ষ্যণীয় কথাটো হ’ল প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ভূটানৰ...

প্ৰধানমন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণকলৈ চীনৰ প্ৰতিক্ৰিয়াৰ মাজতে আমেৰিকাই ক’লে- অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ…

অৰুণাচল প্ৰদেশক সদায় নিজৰ বুলি দাবী কৰি আহিছে চীনে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া অৰুণাচল ভ্ৰমণৰ পিছত চীনা সামৰিক বাহিনীয়ে অৰুণাচল প্ৰদেশৰ ওপৰত...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img