Tag: Narendra Modi

Browse our exclusive articles!

হোৱাটছএপত আৰু নাথাকিব ‘বিক্ষিত ভাৰত’ৰ বাৰ্তা…

নিৰ্বাচন আয়োগৰ নিৰ্দেশঃ হোৱাটছএপত আৰু নাথাকিব ‘বিক্ষিত ভাৰত’ৰ বাৰ্তা। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে। তৃণমূলকে ধৰি একাংশ বিৰোধী ৰাজনৈতিক দলে...

মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰশৰ…

মোদী কেবিনেটৰ পৰা পদত্যাগ LJPৰ মুৰব্বী পশুপতি কুমাৰ পাৰশৰ। NDAৰ আসন ভাগ-বাটোৱাৰাক লৈ অসন্তুষ্ট পাৰশ। বিহাৰত NDAৰ আসন ভাগ-বাটোৱাৰাক লৈ এই অসন্তুষ্টি। মোদী কেবিনেটৰ...

‘ইণ্ডিয়াজ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ মৰিগাঁও জিলাত ২৭,০০০ কোটিটকীয়া অৰ্ধপৰিবাহী প্ৰকল্প আৰু পৰীক্ষাৰ সুবিধা থকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। জাগীৰোডত আয়োজিত অনুষ্ঠানটোত উপস্থিত থকা...

‘মোদীয়ে যি কয় সেয়া কৰে’: নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি ক’লে কংগনা ৰাণাৱটে…

'মোদীয়ে যি কয় সেয়া কৰে': নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি ক’লে কংগনা ৰাণাৱটে মোদীৰ একান্ত অনুৰাগী অভিনেত্ৰী কংগনা ৰাণাৱট। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনকলৈ দেশৰ বিভিন্ন...

উন্নয়ন আৰু বিকাশেই প্ৰধানমন্ত্ৰীৰ মূলমন্ত্ৰঃ হিমন্ত বিশ্ব শৰ্মা…

উন্নয়ন আৰু বিকাশেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুলমন্ত্ৰ,সপোন। প্ৰধানমন্ত্ৰীৰ সুনেতৃত্বত দেশে এখন উন্নত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবলৈ অহৰহ কৰ্ম কৰিছে। আমি যদি চন্দ্ৰ,নৰেন্দ্ৰ মোদী...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img