Tag: Narendra Modi

Browse our exclusive articles!

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত মোদীৰ অন্তিম ভাষণ, অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবঃ মোদী

অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব। আজি লোকসভাত এনেদৰেই আশা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তদশ লোকসভাৰ...

‘তেওঁ সাধাৰণ জাতিৰ লোক’: প্ৰধানমন্ত্ৰী মোদীৰ ‘সবচে বড়া অ’বিচি’ মন্তব্য সন্দৰ্ভত ৰাহুলৰ প্ৰতিক্ৰিয়া…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে তেওঁ অ'বিচি পৰিয়ালত জন্ম গ্ৰহণ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ সাধাৰণ...

মোদী চৰকাৰৰ শ্বেতপত্ৰৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ কৃষ্ণপত্ৰ…

ইউপিএ চৰকাৰৰ ১০ টা বছৰৰ উন্নয়নৰ ছবি খন উদঙাই মোদী চৰকাৰে আজি প্ৰকাশ কৰে শ্বেতপত্ৰ। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছেও প্ৰস্তুত কৰিছে কৃষ্ণপত্ৰ ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...

প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰেঃ ৰাজ্যসভাত মোদী…

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসভাত ভাষণ দিয়ে। মোদীয়ে তেওঁৰ ভাষণত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কঠোৰভাবে সমালোচনা কৰা পৰিলক্ষিত হয়। মোদীয়ে দাবী...

‘স্বপ্নে নাহি হকিকট বনতে’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টিকলৈ দেশৰ আঠটা ভাষাত ছবি মুকলি…

২০২৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণকৌশল নিৰ্দাৰণ কৰিছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে মঙলবাৰে তামিল, তেলেগু, মালায়ালম, কানাড়া, অসমীয়া, ওড়িয়া, বঙালী আৰু হিন্দীকে ধৰি...

Popular

Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।

Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ'ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে

Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)

Subscribe

spot_imgspot_img