Tag: Narendra Modi

Browse our exclusive articles!

২০২৪-২৫ চনৰ বাজেটৰ মূল দিশসমূহ কি কি…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত ষষ্ঠখন বাজেট দাখিল কৰে। এইখন আছিল চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তীকালীন বাজেট। ২০২৪...

দেশবাসীক ৰাম-ৰাম বুলি সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ৰাম-ৰাম বুলি সম্বোধন কৰে। আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ইয়াৰ লগতে তেওঁ অৱগত কৰে যে চৰকাৰে...

কোভিডৰ সময়ত মোদীয়ে কিয় বজাবলৈ দিছিল কাঁহী-বাতি? চাৰি বছৰৰ পিছত জনালে কাৰণ…

চাৰি বছৰৰ পিছত জনালে কাৰণ। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কাঁহী-বাতি বজাবলৈ দিছিল। কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ বাবে মোদীক বহুতে সমালোচনাও কৰিছিল। অৱশেষত...

‘বিষ্ণুৰ একাদশ অৱতাৰ…’: প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ…

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'ঈশ্বৰৰ ভূমিকাক অৱতীৰ্ণ ' হোৱা আৰু ধৰ্ম তথা ৰাজনীতিক মিশ্ৰণ কৰাৰ অভিযোগ তুলি তীব্ৰ আক্ৰমণ কৰে। খাৰ্গেই...

‘পৰীক্ষা পে চৰ্চা’: ‘তোমাৰ ওপৰত মনোযোগ দিয়া, তুমি কি, তুমি কি কৰা, তুমি কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ ভবিষ্যৎ নিৰ্ণয় কৰিব”, শিক্ষাৰ্থীলৈ পৰামৰ্শ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ অত্যন্ত জনপ্ৰিয় অনুষ্ঠান 'পৰীক্ষা পে চৰ্চা' (পিপিচি ২০২৪) ৰ সপ্তম সংস্কৰণত বিভিন্ন ব'ৰ্ড পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলৰ সৈতে...

Popular

Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।

Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ'ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে

Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)

Subscribe

spot_imgspot_img