Tag: Narendra Modi

Browse our exclusive articles!

‘যিমানেই অনুশীলন কৰিব, সিমানেই আত্মবিশ্বাসী হৈ উঠিব’, ‘পৰীক্ষা পে চৰ্চা’ত শিক্ষাৰ্থীক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপ ‘পৰীক্ষা পে চৰ্চা’ই পৰীক্ষাৰ মানসিক চাপক পৰাস্ত কৰাত ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়োৱাৰ লগতে পৰীক্ষা সম্পৰ্কীয় চাপ ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ কৌশলেৰে শিক্ষক আৰু...

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে”: সৰ্বানন্দ সোণোৱাল…

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থাৰ ধেমাজি জিলা সমিতিৰ ৯মদ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ...

বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ যুঁজিব পাৰে সাক্ষী, চলিছে চিন্তা-চৰ্চা…

খেলৰ পৰা ৰাজনীতিলৈ! হয়তো তেনে কথাও হ’ব পাৰে। বাৰাণসীৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে মল্লযোদ্ধা...

ৰামায়ণ আৰু মহাভাৰতৰ ধাৰাবাহিকতকৈ প্ৰধানমন্ত্ৰীৰ মন কি বাত অধিক জনপ্ৰিয়ঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা…

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কয় যে ৰামায়ণ আৰু মহাভাৰতৰ ধাৰাবাহিকতকৈ প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত জনপ্ৰিয়। বিজেপি নেতাগৰাকীয়ে লগতে কয় যে শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰ...

ফিটনেছ মেগী বা কফি নহয়, দুই মিনিটতে হ’বলৈ! মন কি বাটত নিজৰ ফিটনেছৰ ৰহস্য প্ৰকাশ অক্ষয়ৰ; প্ৰধানমন্ত্ৰী মোদীও আপ্লুত…

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাট’ৰ ১০৮ সংখ্যক খণ্ডত বলীউডৰ ফিটনেছ প্লেয়াৰ বুলি অভিহিত অক্ষয় কুমাৰে নিজৰ ফিটনেছৰ গোপনীয়তা প্ৰকাশ কৰিছিল। তেওঁ ফিটনেছৰ...

Popular

Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।

Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ'ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে

Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)

Subscribe

spot_imgspot_img