Tag: Narendra Modi

Browse our exclusive articles!

২০২৪ ৰ লোকসভাৰ হাই ভল্টেজ নিৰ্বাচন। বাৰানসীত নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব প্ৰিয়ংকা গান্ধীয়ে…

আগন্তুক লোকসভাৰ নিৰ্বাচনত আমেথিৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ বিপৰীতে বাৰানসীত প্ৰতিদ্বন্দিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে। এই বিষয়ে ঘোষনা কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয়...

আৰম্ভ হ’ব অনাস্থা প্ৰস্তাৱৰ, আজি সংসদত ভাষণ দিব ৰাহুল গান্ধীয়ে…

আৰম্ভ হ'ব অনাস্থা প্ৰস্তাৱৰ, আজি সংসদত ভাষণ দিব ৰাহুল গান্ধীয়ে। আজি লোকসভাত অনাস্থা প্ৰস্তাৱৰ আলোচনা আৰম্ভ হ'ব আৰু দুপৰীয়া ১২ বজাত কংগ্ৰেছ নেতা ৰাহুল...

লোকসভাত অমিত শ্বাহৰ উদাত্ত ভাষণ। ‘বিৰোধীৰ মিত্ৰতা ‘অৰ্থহীন’, পুনৰ প্ৰধানমন্ত্ৰী হ’ব মোদীয়েই…

বিৰোধী মিত্ৰজোঁটক আজি লোকসভাৰ মজিয়াত উভতি ধৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বিৰোধী মিত্ৰজোঁট আই এন ডি আই এক তীব্ৰ আক্ৰমণ...

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি সদনত। ২ বজালৈ স্থগিত…

মণিপুৰ সন্দৰ্ভত সংসদত উত্তপ্ত পৰিস্থিতি, প্ৰধানমন্ত্ৰীৰ বক্তব্যত অটল বিৰোধী, সদনৰ কাম-কাজ ২ বজালৈ স্থগিত। মণিপুৰৰ বিষয়টোক লৈ সংসদত আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত...

‘মোৰ অন্তৰ খং আৰু বেদনাত জ্বলিছে ! মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

'মোৰ অন্তৰ খং আৰু বেদনাত জ্বলিছে। মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে। যিকোনো সভ্য সমাজৰ বাবে এই ঘটনা লজ্জাজনক। দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়। আইনে...

Popular

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

Subscribe

spot_imgspot_img