Tag: Narendra Modi

Browse our exclusive articles!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন। সেইদিনা হিন্দুত্ববাদী আদৰ্শৰ নেতা বিনায়ক দামোদৰ সাভাৰকাৰ চমুকৈ বীৰ সাভাৰকাৰৰ ১৪০ সংখ্যক জয়ন্তী। লোকসভাৰ...

‘চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি আৰু নেপটিজিম শেষ হৈছে’: ৰজগাৰ মেলাত প্ৰধানমন্ত্ৰী মোডী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে নিযুক্তি ব্যৱস্থাত পৰিৱৰ্তন আনিছে। আজি 'ৰ'জগাৰ মেলা'ত ৭১,০০০ৰো অধিক লোকক নিযুক্তি পত্ৰ প্ৰদান কৰি দুৰ্নীতি আৰু নেপটিজিমৰ সম্ভাৱনাৰ...

‘কোনো কু-অভিপ্ৰায় নাছিল…’ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰী মোদীলৈ ফোন নিক্ষেপ…

'কোনো কু-অভিপ্ৰায় নাছিল…' প্ৰধানমন্ত্ৰী মোদীৰ গাড়ীত ফোন নিক্ষেপ কৰা মহিলাগৰাকীক লৈ আৰক্ষীৰ বিবৃতি।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গাড়ীত ফোন নিক্ষেপ কৰা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা কৰ্মী...

‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ডই সৃষ্টি কৰিব ইতিহাস…

'মন কি বাত' ৰ ১০০ সংখ্যক খণ্ডক স্মৰণীয় অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ বিজেপিয়ে ব্যাপক প্ৰচাৰৰ পৰিকল্পনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ৰেডিঅ’ ভাষণ ‘মন...

দেশে লাভ কৰিব প্ৰথমটো ৱাটাৰ মেট্ৰ’। প্ৰধানমন্ত্ৰী মোদীয়ে কেৰালাত উদ্বোধন কৰিব এই ৱাটাৰ মেট্ৰ’…

২৫ এপ্ৰিলত ভাৰতৰ প্ৰথমটো ৱাটাৰ মেট্ৰ’ উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ এপ্ৰিলত কেৰালাৰ কোচিত ভাৰতৰ প্ৰথমখন জল মেট্ৰ’ উদ্বোধন কৰিবলৈ সাজু...

Popular

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

Subscribe

spot_imgspot_img