Tag: Narendra Modi

Browse our exclusive articles!

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী…

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।নাগালেণ্ডত বিজেপিয়ে ২০খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰে আৰু ইয়াৰ মিত্ৰ...

‘বিশ্বৰ সকলো নেতাৰ ভিতৰতে আটাইতকৈ প্ৰিয় নেতা প্ৰধানমন্ত্ৰী মোদী’- ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নী

‘PM Modi Is The Most Loved Of All World Leaders,’ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে এইদৰে মন্তব্য কৰে।ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীয়েও আশা প্ৰকাশ কৰে যে ভাৰতে...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লে-“নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধা…”

চলি আছে ৩ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, "তিনিওখন ৰাজ্যতে হ'ব বিজেপিৰ চৰকাৰ"। সোণোৱালে তিনি ৰাজ্যৰ নিৰ্বাচনী ভোটগণনাৰ...

আজি প্ৰধানমন্ত্ৰী মোডীয়ে কৰ্ণাটকত উদ্বোধন কৰিব শিৱমোগা বিমানবন্দৰ। যাৰ মূল্য ৪৫০ কোটি…

প্ৰধানমন্ত্ৰী মোডীয়ে আজি উদ্বোধন কৰিব শিৱমোগা বিমানবন্দৰ, ৰাজ্যিক লোকসকলে কোটি কোটি টকাৰ উপহাৰ লাভ কৰিব ! কৰ্ণাটকৰ বেলাগাভিত অনুষ্ঠিত এই শিৱমোগা বিমানবন্দৰ। এই বছৰ...

‘মোদী থকাহেঁতেন আজি পাকিস্তানৰ এনে অৱস্থা নহ’লহেঁতেন’! প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা পাকিস্তানী নাগৰিকৰ…

পাকিস্তানৰ এজন নাগৰিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰাৰ লগতে আকাশচুম্বী মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে নিজৰ দেশৰেই প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক উপহাস কৰাৰ এটা...

Popular

Canada Policy: কানাডা হ’ব পাৰে পৰৱৰ্তী… দ্ৰুতগতিত হেৰুৱাইছে ভোটাৰৰ সমৰ্থন

সকলোৱে জানে যে পাকিস্তানে আল কায়দা আৰু লস্কাৰ-ই-টয়বাৰ দৰে সন্ত্ৰাসবাদী গোটক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ সমৰ্থন আৰু লালন-পালন কৰিছিল, সেই কথা সকলোৱে জানে(Justin Trudeau's Canada Policy)। তেওঁলোকৰ প্ৰতি পাকিস্তানৰ ইমানেই মৰম আছিল যে এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ বাবে ধন আগবঢ়োৱাই নহয়, নিজৰ মাটিক তেওঁলোকৰ বাবে নিৰাপদ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছিলJustin Trudeau's Canada Policy

Unnao Temple Dispute: মন্দিৰত যদি ঘণ্টা নাবাজে, তেন্তে কি বাজিব!

উত্তৰ প্ৰদেশৰ উন্নাওত এক অদ্ভুত গোচৰ পোহৰলৈ আহিছে। হিন্দুসকলে যেতিয়া হিন্দু ভূমিত মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল তেতিয়া সেই অঞ্চলৰ মুছলমানসকলে মন্দিৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিছিল।(Unnao Temple Dispute)

Bishwanath Road Accidents: বিশ্বনাথৰ সাধাৰুত কিয় পথ দুৰ্ঘটনাৰ আশংকা

বিশ্বনাথৰ সাধাৰুত পুণৰ পথ দুৰ্ঘটনাৰ আশংকা।বিশ্বনাথৰ সাধাৰুত যিকোনো মহূৰ্ততে পুণৰ সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা এটা ডিভাইডাৰৰ বাবেই উক্ত ঠাইত সঘনাই সংঘটিত হৈ আহিছে শোকাৱহ পথ দুৰ্ঘটনাৰ(Bishwanath Road Accidents) দৰে ঘটনা

Non Mising Inhabited Areas: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং অধ্যুষিত অঞ্চল

পুনৰ চৰকাৰী শুনানীত মঙলবাৰে ১৭টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰিলে, মিচিং স্বায়ত্ব পৰিষদৰ খচৰাৰ পৰা অনা মিচিং গাঁওসমূহ(Non Mising Inhabited Areas) কৰ্তন হ'বই লাগিব। অন্যথা সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব। উল্লেখ্য, শিৱসাগৰ জিলাৰ ১১খনকৈ অনা-মিচিং গাঁও মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে শিৱসাগৰত অসমৰ জাতীয় জনগোষ্ঠীয় দ'ল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে(Ethnic Groups)।

Subscribe

spot_imgspot_img