Tag: Narendra Modi

Browse our exclusive articles!

অসুস্থ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

স্বাস্থ্যৰ অৱনতি ঘটিল প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ হীৰাবেন মোডী, চিকিৎসালয়ত ভৰ্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কলকাতাত ‘মেগা’ বৈঠকক লৈ জল্পনা-কল্পনা ! মমতা বেনাৰ্জীয়ে পুনৰ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱন

প্ৰশাসনিক সূত্ৰ অনুসৰি যদি সময়সূচী অপৰিৱৰ্তিত থাকে তেন্তে ৩০ ডিচেম্বৰত ‘ৰাষ্ট্ৰীয় গংগা পৰিষদ’ বা ‘জাতীয় গংগা পৰিষদ’ৰ বৈঠকৰ বাবে কলকাতালৈ আহিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

‘উত্তৰ-পূর্বাঞ্চলৰ সৈতে জড়িত সমস্যাবো শেষ কৰি আছোঁ, ভোট বেংকৰ ৰাজনীতি আমি দূৰ কৰি আছো’ – শিলচৰত এই মন্তব্য প্রধানমন্ত্রী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, 'দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলত। আজি ফুটবল বিশ্বকাপৰ ফাইনেল হৈ আছে, মই ফুটবল খেলপথাৰত, মেচখন কাটাৰত হৈ আছে, কিন্তু ইয়াতো...

আজি ছোনিয়া গান্ধীৰ ৭৬ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

আজি ছোনিয়া গান্ধীৰ ৭৬ সংখ্যক জন্মদিনত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানত উদযাপনৰ প্ৰস্তুতি।জন্মদিনৰ এদিন পূৰ্বে বৃহস্পতিবাৰে ৰাজস্থানৰ ছাৱাই মাধোপুৰত উপস্থিত হয় ছোনিয়া গান্ধীয়ে। ইয়াত তেওঁ...

গুজৰাটত ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে

গুজৰাটত বৃহৎ জয় বিজেপিৰ, ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে। ভূপেন্দ্ৰ পাটিল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী। এই কথা ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে। ১৫৭খন...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img