Tag: Narendra Modi

Browse our exclusive articles!

ৰবি কিষানে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক সাক্ষাৎকাৰ কৰা ফটোখন শ্বেয়াৰ কৰি এইদৰে ক’লে…

বিজেপি নেতা তথা ভোজপুৰী চিনেমাৰ বিখ্যাত শিল্পী ৰবি কিষাণ (ৰবি কিষাণ) কোনো সুকীয়া পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। ৰবি কিষাণ তেওঁৰ কুল ষ্টাইলৰ বাবে সুপৰিচিত।...

আহমেদাবাদত ভোটদান কৰাৰ লগে লগে নিৰ্বাচন আয়োগক লৈ ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

সোমবাৰে দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে ৯৩ খন আসনত ভোটগ্ৰহণ চলি আছে। নিশান পাব্লিক স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজ কাঢ়ি যোৱা দেখা...

ময়ুৰ বাকনীয়ে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল…

ময়ুৰ বাকনীয়ে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিমূৰ্তি: ‘তাৰক মেহতা কা উলতা চশমাহ’ খ্যাত ময়ুৰ বাকনীয়ে নিৰ্মাণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক প্ৰতিমূৰ্তি। ইয়াৰ ছবি ছ’চিয়েল...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১.১৬ লাখ কোটি টকাৰো অধিক মূল্যৰ চৰকাৰী প্ৰকল্প “উপহাৰ”  হিচাবে দিছে গুজৰাট বিধানসভা নিৰ্বাচনত…

গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা হৈছে।। নিৰ্বাচনমুখী ৰাজ্য খনত এতিয়া বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৃষ্ট কৰিবলৈ নানান লোভনীয় ঘোষণা কৰিছে। পিছপৰি ৰোৱা নাই ৰাজ্য...

বাল্যবিবাহৰ পৰা হাত সাৰিবলৈ এগৰাকী ছাত্ৰীয়ে বিদ্যালয়ৰ অধ্যক্ষলৈ লিখিলে এখন কষ্টৰ অনুভৱৰ চিঠি…

চিঠিখন পোৱাৰ লগে লগে অধ্যক্ষ অনিতা পাৰমাৰ পোনে পোনে থানালৈ গ’ল। তাতে আৰক্ষী বিষয়াজনে চিঠিখন ইন্সপেক্টৰ তেজ সিঙক দেখুৱাই দিলে। লগে লগে তেজ সিঙে...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img