Tag: Narendra Modi

Browse our exclusive articles!

মোদীৰ ইটালী ভ্ৰমণৰ পূৰ্বে খালিস্তান সমৰ্থকে ভাঙি পেলালে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, প্ৰতিক্ৰিয়া ব্যক্ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ…

বুধবাৰে ইটালীৰ বৃন্দিছি চহৰত খালিস্তানী সমৰ্থক উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। জাতিৰ পিতাৰ মূৰ্তি ভঙাকলৈ প্ৰতিক্ৰিয়া হৈছে। জি-৭...

মোডী ৩.০ কেবিনেটঃ লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন…

মোদীৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰশ্ন হৈছে লোকসভাৰ অধ্যক্ষ কোন হ’ব? ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভাৰ ২৭২খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰত থাকিলেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক...

শপত গ্ৰহণৰ পিছত আজি ইটালীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ শপত গ্ৰহণ কৰাৰ পিছত আজি ইটালীলৈ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ’ব। তাত তেওঁ গ্ৰুপ অৱ...

‘যোগ’ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে, শ্বেয়াৰ কৰিলে ভিডিঅ’…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে কয় যে ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে,...

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই ‘পি এম কিষাণ নিধি’ৰ প্ৰথম ফাইলত স্বাক্ষৰ কৰিলে মোদীয়ে…

তৃতীয়বাৰৰ বাবে সোমবাৰেপ্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিছতে সক্ৰিয় হৈ পৰে মোদী। একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই মোদীয়ে সোমবাৰে ‘পি এম কিষাণ...

Popular

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল

Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান(Prominent Social Worker) নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২.২০ বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ(All Assam Rural Library Association)।

Bononir Chokulo: বননীৰ চকুলো- এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ

'সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত যেতিয়াই আমি মনে মনে থাকিবলৈ আৰম্ভ কৰোঁ সেই দিনাই আমাৰ জীৱন শেষ হৈ যাবলৈ আৰম্ভ কৰে।' কথাষাৰ কৈছিল মাৰ্টিন লুথাৰ কিং। 'বননিৰ চকুলো'(Bononir Chokulo) নামৰ শিৱ সাধক, পৰশুৰাম কাকতিৰ দ্বাৰা ৰচিত উপন্যাসখনত সেই কথাই প্ৰতিপন্ন হৈছে

Massive Hindu Protest in Bangladesh: বাংলাদেশত হিন্দুৰ শক্তি প্ৰদৰ্শন, সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখে লাখে হিন্দু

বাংলাদেশত হিন্দুৰ ওপৰত চলি অহা আক্ৰমণৰ বিৰুদ্ধে সনাতন জাগৰণ মঞ্চৰ আহ্বানত বিশাল সমদল(Massive Hindu Protest in Bangladesh)। সমদলস্থলাৰ পৰাই বাংলাদেশ চৰকাৰক উত্থাপন কৰিলে বহু দাবী ।

Subscribe

spot_imgspot_img