Breaking

Browsing Tag

Online Trading Scam

Online Trading Scam: তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা!

শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰিছে বুলি খবৰ ওলাইছে। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী
Read More...

Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী…

নিশাটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখা একাংশ লোকৰ দুৰ্বলতাকে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি ৰাজ্যত এতিয়া দুষ্ট চক্ৰই মেলি দিছে অনলাইন ট্ৰেডিঙৰ জাল(Online Trading Scam)। সেই জালত বন্দী হৈছে অসমৰ হাজাৰ হাজাৰ লোক । কম সময়তে ধনী হোৱাৰ সপোন দেখা সেইসকল…
Read More...

Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠন কোটি কোটি টকা

দেৰগাঁৱৰ বৰ পুখুৰী পাৰাৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত ভাস্কৰ ভূষণ বৰুৱাই একাংশ এজেণ্ট নিয়োগ কৰি জিলাখনত প্ৰৱঞ্চনাৰ এক ভয়ানক জাল মেলি বহু লোকক সৰ্বহাৰা হ'ব লগা পৰিস্থি্তিলৈ…
Read More...