Breaking

Browsing Tag

PANTA BHAT

পইতা ভাত ছুপাৰ ফুড! পইতা ভাতক কিমান ঘণ্টা পানীত তিয়াই ৰাখিব লাগে…

পইতা ভাতক শেহতীয়াকৈ টেষ্ট এটলাছৰ দ্বাৰা আটাইতকৈ বেয়া খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু পইতা ভাতত থকা পুষ্টিকৰ উপাদানৰ বাবে ছুপাৰফুড বুলিও কোৱা হয়।পইতা ভাত খালে পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যা দূৰ হয়। গ্ৰীষ্মকালত শৰীৰক
Read More...

পইতা ভাত প্ৰিয় নে? গৰমৰ দিনত পইতা ভাত খোৱাৰ আছে বহু উপকাৰীতা…

আগদিনা ৰৈ যোৱা ভাতখিনি পিছদিনা কেনেকৈ খাব পাৰি সেই কথা বহুতে ভাবে। কিছুমানে ৰাতি ৰৈ যোৱা ভাতখিনি পিছদিনা গৰম কৰি খায়, কিছুমানে সেইভাত খিনিত পানীত তিয়াই ৰাখে আৰু পিছদিনা নিমখ, নেমু, আলু পিটিকা আৰু পিয়াঁজৰ টুকুৰা দি খাই ভালপায়।
Read More...