Tag: pijush hazarika

Browse our exclusive articles!

মঙলদৈৰ ননৈ নদীৰ দুয়োকাষৰ মথাউৰি মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰিৰ বহুকেইটা অঞ্চল ভ্ৰমণ কৰি বিভাগীয়ভাৱে চলি থকা মথাউৰি মেৰামতি আৰু পুনৰ ৰ্নিমাণৰ কাম...

আজি পামহিত এটি চৰকাৰী নিচামুক্তি কেন্দ্ৰ উদ্ধোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই

নিচাসক্ত ব্যক্তি সকলো আমাৰ সমাজখনৰ একোটি গুৰুত্বপূৰ্ণ অংগ। তেখেত সকলক নিচা আসক্ত পৰিৱেশৰ পৰা মুক্ত কৰি এটি স্বাভাবিক জীৱন প্ৰদান কৰাটো আমাৰ সকলোৰে প্ৰাথমিক...

বাংগালুৰুত বিমানত আকস্মিক ভাৱে মৃত্যু হোৱা হাফলঙৰ ব্যক্তিৰ নশ্বৰদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মন্ত্ৰী পীয়ূষ হাজৰীকাৰ সহায়

অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাত মৃতদেহ ঘৰলৈ শীঘ্ৰে ঘূৰাই আনিব পাৰি চৰকাৰলৈ কৃতজ্ঞতা পৰিয়ালৰ!অসমৰ ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীয়ে...

“মৰিগাওঁ জিলা দিৱস”ত মন্ত্ৰী পিয়ুষ হাজৰিকা …

১৯৮৯ চনৰ ১৪ অক্টোবৰ তাৰিখে তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ পৰা পৃথক হৈ মৰিগাওঁ জিলাই এখন সুকীয়া জিলা হিচাপে স্বীকৃতি লাভ কৰে। প্ৰাচীন কালৰ পৰাই...

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img