Breaking

Browsing Tag

PM MODI

শ্যামা প্ৰসাদ মুখাৰ্জীক সন্মান জনোৱাৰ বাবেই ৩৭০ খন আসন জিকিব লাগিবঃ বিজেপিৰ ৰাষ্ট্ৰীয় বৈঠকত দলীয়…

তৃতীয়টো কাৰ্যকালৰ বাবে দিল্লীৰ শাসনৰ বাঘজৰী হাতত লোৱাৰ কথা চিন্তা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে সেই আশাই ব্যক্ত কৰিলে মোদীয়ে। শনিবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। বিজেপিয়ে একেৰাহে দুটা
Read More...

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে সলনি হৈ পৰিল লাক্ষাদ্বীপৰ ভাগ্য, সোঁত পৰ্যটকৰ…

হঠাতে ভাগ্য সলনি হৈছে লাক্ষাদ্বীপৰ। প্ৰধানমন্ত্ৰী মোদীৰ লাক্ষদ্বীপ ভ্ৰমণৰ পিছত দ্বীপটোৰ ভাগ্য সলনি হৈ পৰিছে। এতিয়া বহু পৰ্যটকে লাক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। লাক্ষদ্বীপৰ প্ৰশাসক প্ৰফুল পেটেলে কয় যে লাক্ষদ্বীপ ভ্ৰমণৰ বাবে হাজাৰ
Read More...

দেৰগাঁৱৰ দুৰ্ঘটনাত নিহত আৰু আহতৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰীৰ আৰ্থিক সাহায্য

বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুর্ঘটনাই চকু সেমেকাই তুলিছে ৰাজ্যবাসীৰ। দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকল যাতে পুনৰ সুস্থ হৈ উঠে তাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।
Read More...

লক্ষ্য ৩৫০! বিজেপিৰ বৈঠকত জয়ৰ লক্ষ্য বান্ধি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ইণ্ডিয়া মিত্ৰজোঁটক পৰ্তিহত কৰি জয়ী হ’বলৈ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৩৫০ খনতকৈও অধিক আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা বিজেপিৰ দুদিনীয়া বৈঠক উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে
Read More...

বিকশিত ভাৰত সংকল্প যাত্ৰাঃ অসমৰ কল্যাণী ৰাজবংশীৰ সফলতাৰ কাহিনী শুনি অভিভূত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ (ভিবিএছৱাই) হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে । চলিত যাত্ৰাৰ সময়ত এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো বাৰ্তালাপ আছিল। সমবেত লোকসকলক
Read More...

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী মোদী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান মৰ্নিং কনছাল্টৰ এক সমীক্ষা অনুসৰি ৭৬% অনুমোদন ৰেটিং লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে স্থান দিয়া হৈছে। তেওঁৰ পিছতে
Read More...

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত জয়লাভ কৰাৰ পিছত সন্ধিয়া বিজেপিৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব…

মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয়ৰ পথত বিজেপি। এই পৰিবেশত দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মী আৰু সমৰ্থকসকলক সাক্ষাৎ কৰিব। সূত্ৰ অনুসৰি,
Read More...