Tag: PM

Browse our exclusive articles!

ধৰ্মান্ধতা আৰু তাৰ প্ৰতিক্ৰিয়া !

ৰতবৰ্ষত ভালেমান দিন ধৰি একশ্ৰেণীৰ হিন্দুধৰ্মৰক্ষকে এই ধৰ্ম ৰক্ষাৰ বাবে আন ধৰ্মাৱলম্বীক, বিশেষকৈ ইছলামধৰ্মী সকলক আৰু কিছু পৰিমাণে খ্ৰীষ্টান সকলক, ভাবুকি আৰু আক্ৰমণৰ লক্ষ্য...

ধৰ্ষণ আইন সলনি কৰিছে চেক্সন মুলিন্স নামৰ মহিলাগৰাকীয়ে 

চেক্সন মুলিন্স: মহিলাগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ধৰ্ষণ আইন সলনি কৰিছে চেক্সন মুলিন্সে কৈছে যে তাইৰ এবাৰ ৰোমান্টিক সপোন আছিল যে তাইৰ ‘প্ৰথম বাৰ’ কেনেকুৱা হ’ব। ১৮ বছৰ বয়সৰ...

কোন হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰস্তুতি

কোন হ'ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰস্তুতি । ২৪ জুলাইৰ পূৰ্বে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন আজি নিৰ্বাচক মণ্ডলীৰ সংবাদমেল । নিৰ্বাচন...

গুগলৰ বিশেষ ডুডলৰ জৰিয়তে ভাৰতীয় পদাৰ্থবিজ্ঞানীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গুগলে বিশেষ ডুডলৰ জৰিয়তে ভাৰতীয় পদাৰ্থবিজ্ঞানীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে১৯২৪ চনৰ আজিৰ দিনটোতে, সন্তয়েন্দ্ৰ নাথ বসুৱে তেওঁৰ কোৱাণ্টাম ফৰ্মুলেচনজাৰ্মান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনলৈ প্ৰেৰণ কৰিছিল যিয়ে...

গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ

গুৱাহাটীৰ ৰাজপথত বন্ধ হ'ব পেট্ৰ'ল আৰু ডিজেল চালিত বাছ।সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰা হ'ব।পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য । গুৱাহাটী মহানগৰৰ...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img