Tag: PM

Browse our exclusive articles!

গুনোৎসৱ চলি থকাৰ মাজতে ধুবুৰীৰ এখন বিদ্যালয়ত চোৰৰ তাণ্ডৱ

ৰাজ্যখনৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া চলিছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । গুনোৎসৱ চলি থকাৰ মাজতে এখন বিদ্যালয়ৰ চুৰিকাণ্ডৰ ঘটনাই এক চাঞ্চলৰ সৃষ্টি হৈছে । ঘটনা স্থান...

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পুণ্যতিথিত ৰাজ্যজুৰি ,স্মৰণ

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয়...

আজি “বিশ্ব দুগ্ধ দিৱস”

প্ৰতিবছৰে ১জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়৷ সংযুক্ত ৰাষ্ট্ৰৰ 'ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে' ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে এই দিনটোক...

নলবাৰীত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাৱলম্বী এগৰাকী মহিলা

নলবাৰী বিদ্যাপুৰৰ এগৰাকী উচ্চ শিক্ষিত মহিলা । নাম তেখেতৰ ববিতা ভাৰ্গৱ  । বিগত ২০১৫ চনত ববিতা ভাৰ্গৱে কেক বেকাৰী আৰু বেকিং ট্ৰেইনিংৰ প্ৰশিক্ষণ গ্ৰহণ...

নগাঁৱত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক,সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

"প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল"নগাঁৱত  অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাত  বলেন্দ্ৰ নাথ শৰ্মাৰ অনবদ্য অৱদান আছিল:  অপূৰ্ব শৰ্মা । এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষাবিদ...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img