Tag: PM

Browse our exclusive articles!

গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ২২৯৪ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান, প্ৰকৃত কৃষকক আৰ্থিক সাহায্যৰ ব্যৱস্থা…

মিচিং স্বায়ত্তশাসিত পৰিষদে পৰিষদৰ এলেকাধীন বিভিন্ন জাতি-জনগোষ্ঠীৰ সাৰ্বিক উন্নয়নৰ বাবে দীৰ্ঘদিনে কাম কৰি আহিছে ৷ বিশেষকৈ সাম্প্ৰতিক সময়ত অসমত দ্ৰুতগতিত নিৱনুৱা সমস্যা বৃদ্ধি পোৱালৈ...

মুখৰ পৰা বয়সৰ চাপ নোহোৱা কৰিবলৈ কৰক এই নিয়ম

প্ৰকৃতিৰ নিয়ম অমান্য কৰাটো খুব কঠিন৷ কিন্তু মানুহে নিদৰ বুদ্ধি আৰু প্ৰকৃতিয়ে দিয়া কিছুমান বস্তুৰ সহায়ত নিজৰ বাবে উপকাৰী বস্তু প্ৰস্তুত কৰাত সক্ষম৷ বৰ্তমান...

শিখা শৰ্মাই কি কলে মুৰ্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে …

কংগ্ৰেছৰ পৰা বিভাজিত হৈ ৰিপুন বৰাৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতি গঠন কৰাৰ পিছত ধেমাজিত আজি দলটোৱে আহি তৃণমূল কংগ্ৰেছৰ জিলা সমিতি গঠনৰ...

মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতত প্ৰাক্তন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

আজি ডিফুৰ বিজেপি পূৱ কাৰ্বি আংলং জিলা পাৰ্টিকাৰ্যালয়ত ২০০ তকৈও অধিক প্ৰাক্তন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে। ইয়াৰ ভিতৰত আছে কাৰ্বি আংলং জিলা...

উন্নয়নৰ জীয়া ফোঁপোলা ছবি ! জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জীয়াতু ভোগাইছে দুৰদুৰীয়াবাসীক

 উন্নয়নৰ জীয়া ফোঁপোলা ছবি ! জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জীয়াতু ভোগাইছে দুৰদুৰীয়াবাসীক ; এখন বাঁহৰ সাঁকো মেৰামতি কৰিবলৈয়ো অপৰাগ গাঁও পঞ্চায়ত । এখন জৰাজীৰ্ণ বাঁহৰ...

Popular

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

নিশা কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কবৰস্থানৰ কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত আটক হল এক ভণ্ড তান্ত্ৰিক ৷ (Hypocrite) ধৃত তান্ত্ৰিক গৰাকী কাছাৰৰ শিলডুবিৰ অজিব উদ্দিন ।

Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

"এক সুস্থ শৈক্ষিক ব্যৱস্থা,সু-স্বাস্থ্য সেৱাৰ ব্যৱস্থা আৰু যাতায়তৰ সু-ব্যৱস্থাইহে এখন সমাজক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মানুহক কৰ্মহীন চিন্তাহীন কৰি তোলা বিভিন্ন চৰকাৰী আঁচনিয়ে কেতিয়াও সমাজৰ বা এটা জাতিৰ উন্নতি সাধিব নোৱাৰে।"-এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক,তথা অধ্যাপক ড০উপেন্দ্ৰজিৎ শৰ্মাৰ। ( Harhi College, Dhakuakhana)

India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা

পূব লাডাখৰ দেপছাং আৰু ডেমচৌক(Depsang and Demchok)ৰ সীমান্তৰ পৰা ভাৰত আৰু চীনে দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে(India-China Border Tensions)। এতিয়াৰে পৰা সীমান্তৰ দুয়োপাৰে দুয়োখন দেশৰ সেনাই সমন্বিতভাৱে আৰম্ভ কৰিব টহল ।

Subscribe

spot_imgspot_img