BJP Launches Nationwide Membership Drive: সোমবাৰৰ পৰা আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভৰ্তি অভিযান
সোমবাৰৰ পৰা আৰম্ভ হ'ব বিজেপি দলৰ সদস্যভৰ্তি অভিযান । ‘সংঘটন পৰ্ব, সদস্যতা অভিযান ২০২৪' হৈছে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সদস্য সংখ্যা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টা, যাৰ লক্ষ্য হৈছে সকলো অঞ্চলৰ মানুহক দলৰ সৈতে সংযোগ কৰা(BJP Launches Nationwide…
Read More...
Read More...