Tag: Priyanka Chopra

Browse our exclusive articles!

এতিয়াৰে পৰা ফেশ্বন আলোচনী পঢ়ে প্ৰিয়ংকা চোপ্ৰাৰ কন্যা মালতীয়ে ! বিশ্বাস নকৰিলে প্ৰমাণ চাওক…

প্ৰিয়ংকা চোপ্ৰাৰ কন্যা মালতীয়ে এতিয়াৰে পৰা ফেশ্বন আলোচনী পঢ়ে, বিশ্বাস নকৰিলে ইয়াত প্ৰমাণ চাওক-প্ৰিয়ংকা চোপ্ৰাই কন্যাৰ সৈতে কিছু ছবি পোষ্ট কৰিছে য’ত অভিনেত্ৰী আৰু...

জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কোনগৰাকী বিশেষ ব্যক্তিৰ লগত ইনষ্টাগ্ৰামৰ প্ৰফাইল ফটো আপলোড কৰিলে চাওঁক…

প্ৰিয়ংকা চোপ্ৰাই সম্পাদনা কৰিলে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইল: গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰা কোনোবা নহয় কোনোবা কাৰণত হেডলাইনত আছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল সম্পাদনা কৰাৰ...

কন্যা মালতীক লৈ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি আছে প্ৰিয়ংকা…

প্ৰথমবাৰৰ বাবে কন্যা সন্তানৰ সৈতে ভাৰতলৈ আহি আছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা । তেওঁ এই তথ্য দিছে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বৰ্ডিং পাছৰ এখন ছবি আপলোড...

শ্বেৰ’গেচিৰ দ্বাৰা মাতৃত্ব অৰ্জন কৰিবলগীয়া কিয় হৈছিল এইসকল অভিনেত্ৰীৰ…

গৌৰী খানৰ পৰা প্ৰিয়ংকা চোপ্ৰালৈকে শ্বেৰ’গেচিৰ দ্বাৰা মাতৃত্ব অৰ্জন কৰিবলগীয়া কিয় হৈছিল এইসকল অভিনেত্ৰীৰ।বলীউডত এনে বহু চেলিব্ৰিটি আছে যিসকলে শ্বেৰ’গেচিৰ জৰিয়তে অভিভাৱক হৈ...

একবিংশ শতিকাৰ ‘বাবা ভেংগা’ৰ ভৱিষ্যদ্বাণী প্ৰিয়ংকাৰ বাবে, জানেনে সঁচা হ’ল নে নাই?

একবিংশ শতিকাৰ ‘বাবা ভেংগা’ৰ ভৱিষ্যদ্বাণী প্ৰিয়ংকাৰ বাবে, জানেনে সঁচা হ’ল নে নাই? আজিকালি বাতৰিৰ শিৰোনাম দখল কৰিছে ১৯ বছৰীয়া ভাববাদীগৰাকী। তেওঁ কোৱা বেছিভাগ কথাই...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img